মাথোঁ কেইটামান দিন,তাৰপাছত সেইদিনা এই চহৰত মোৰ শেষ ৰাতি হ'ব, চকুৰ কোণ দুটা সেমেকি থাকিব, এবুকু বোজাৰে ভাগৰি পৰিম হয়তো, তথাপি স্মৃতিৰ টোপোলাবোৰ মই লৈ যাম আপোন কৰি। নতুবা মোৰ অবিহনে সিহঁতো যে অৱহেলিত হ'ব। পিছে পুৰণি ঠিকনাতে হৃদয়খন থৈ যাম, তুমি বাৰু দলিয়াই দিবা নেকি?? #মাজনিশা #yqbaba #yqbandhoi #assamese #অৱহেলা