Nojoto: Largest Storytelling Platform

পখীৰ কাকলিত সাৰ পোৱা এটা ৰাতিপুৱা আৰু নিয়ৰ সনা আল

পখীৰ কাকলিত সাৰ পোৱা এটা ৰাতিপুৱা আৰু নিয়ৰ সনা আলফুল দূবৰি,দুয়ো দুয়োৰে লগৰীয়া।
ঠিক সিহঁতৰ দৰেই,যিমান আবদাৰত সঁ‌চাই জীয়াই থাকিব পাৰি হেঁপাহ পলুৱাই।
     এতিয়াও জীয়াই আছে তাই সেই আগৰদৰেই।সকলো সলনি হ'ল...বতৰ,সময়,ঋতু,শ্বপিং মল,অভাৰ ব্ৰীজ সকলো কেৱল তাইৰ হৃদয়ত কুৰুকি কুৰুকি থাকি গ'ল এটা নিজান ৰাতি।যিটো ৰাতিত অনায়াসে পাৰ ভাঙি বোৱাই দিব পাৰি আৱেগৰ বলিয়া ঢৌ,কুঁৱলীৰ ডাঠ আৱৰণে ঢাকি দিলে এটিয়া তাইৰ সৰ্বস্ব,সেয়ে হয়তো সকলো
 অষ্পষ্ট একো নমনি!!উচুপনিত কপি উঠে প্ৰতিখিলা পাত আৰু বৰষুণ হৈ নামি আহে সিহঁ‌তে দেখুৱাব নোৱাৰা সান্ত্বনাবোৰ।
উফ্ !!!!!!!
তথাপি তথাকথিত সমাজখনে কৰা বিষাক্ত প্ৰশ্নবোৰৰ উত্তৰত এতিয়াও নিৰ্ভয়ে কোৱা হয়....
    "বিফল প্ৰেমত ভালপাওঁ‌ বুলি দেখুওৱা বন্ধ কৰিব পাৰি কিন্তু ভাল নোপোৱাকৈ থাকিব নোৱাৰি"!!
তাহানিৰ প্ৰিয়জন অপ্ৰিয় হ'ব নোৱাৰে, হৃদয়ৰ কোনোবা কোণত কুৰুকি কুৰুকি সোমাই থাকে প্ৰথম প্ৰেমৰ মাতাল ৰাগি....!!!!!!

 অপূৰ্ণতাৰ মাতাল ৰাগি....
#yqbandhoi #yqbaba #yqassamese #assamese #প্ৰেম #অসমীয়া_অনুভৱ #অসমীয়া #অনুগল্প

richabhattachary1137

R...🍁

New Creator