Nojoto: Largest Storytelling Platform

কবিৰ কবিতা বাট চাও তোমাৰ নি

                      কবিৰ কবিতা

বাট চাও তোমাৰ নিতাল নিশা, 
প্ৰতিক্ষ্যা তোমাৰ, আন্ধাৰ কোঠাত, 
বৰষুণৰ  টিপ টিপ শব্দ কাণত আচৰণ জগাই..... আৰু, 
আৰু যেন এক খুব ব্যাকুল বতাহ যাকে মোক সাৱটি চুমা দি যাই।

তুমিয়ে নেকি বাৰু, কবিৰ কবিতা???? #কবিৰ_কবিতা