Nojoto: Largest Storytelling Platform

নদী বৈ থকা নদীৰ আছে অনেক ঠিকন

                    নদী

বৈ থকা নদীৰ আছে অনেক ঠিকনা,
ৰৈ থকা ঘাটে জানে অলেখ মলিতা।

আকাশে শুনে পখীৰ হাঁহি,
গছে দেখে তাৰ চকুপানী।

দেখাখিনি নিয়ম.....
নেদেখা খিনি জীৱন।। #নদী , #river
                    নদী

বৈ থকা নদীৰ আছে অনেক ঠিকনা,
ৰৈ থকা ঘাটে জানে অলেখ মলিতা।

আকাশে শুনে পখীৰ হাঁহি,
গছে দেখে তাৰ চকুপানী।

দেখাখিনি নিয়ম.....
নেদেখা খিনি জীৱন।। #নদী , #river

#নদী , #river