Nojoto: Largest Storytelling Platform

বৰষুণ মোৰ সদায় প্ৰিয়! বৰষুণজাকত যেন নিগৰি আহে অতী

বৰষুণ মোৰ সদায় প্ৰিয়! বৰষুণজাকত যেন নিগৰি আহে অতীতৰ সেই মধুৰ স্মৃতিবোৰ। মৌনতাৰ বুতা বছা নিশাটিয়ে আৰু অধিক ৰোমাঞ্চকৰ কৰি তুলিছে। টোপ-টোপকৈ সৰা বৰষুণৰ টোপালবোৰত আকৌ বাজিছে প্ৰেমৰ মাদল। হীমচেচাঁ শীতৰ নিশাটো মোৰ প্ৰেমৰ সমুদ্ৰত উথলি উঠিছে আৱেগৰ জোৱাৰ।।

©Barasha Misra #barashamisra 

#rain