Nojoto: Largest Storytelling Platform

মোৰ সেই স্বৰ্ণতৰু ফুলা অতিক্ৰান্ত দিনবোৰত তোমাকো

মোৰ সেই 
স্বৰ্ণতৰু ফুলা অতিক্ৰান্ত দিনবোৰত
তোমাকো 
যদি গাঁঠি দিওঁ,,
তেন্তে তুমি নিজকে শুভ্ৰপ্ৰেমী বুলি কৈ
হেৰাই যোৱা পীতাভ বুলি মোক অজুহাত দি
মৃদাত সমাধিস্থ  হ'বলৈ 
এৰি দিবা নেকি ...?
নে মইবিহীন তোমাৰ বৰ্তমানটোক
অলপ সোণাৰুৰ 
হালধীয়াখিনি হানি দিবা....?
 ভণ্টিজনীৰ নিমন্ত্ৰণ ৰক্ষা কৰি #অতীত_স্মৃতি 
#উৰনীয়ামন 
#সুখ 
#বেদনা 
সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ #YourQuoteAndMine
Collaborating with Asharani Boruah
মোৰ সেই 
স্বৰ্ণতৰু ফুলা অতিক্ৰান্ত দিনবোৰত
তোমাকো 
যদি গাঁঠি দিওঁ,,
তেন্তে তুমি নিজকে শুভ্ৰপ্ৰেমী বুলি কৈ
হেৰাই যোৱা পীতাভ বুলি মোক অজুহাত দি
মৃদাত সমাধিস্থ  হ'বলৈ 
এৰি দিবা নেকি ...?
নে মইবিহীন তোমাৰ বৰ্তমানটোক
অলপ সোণাৰুৰ 
হালধীয়াখিনি হানি দিবা....?
 ভণ্টিজনীৰ নিমন্ত্ৰণ ৰক্ষা কৰি #অতীত_স্মৃতি 
#উৰনীয়ামন 
#সুখ 
#বেদনা 
সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ #YourQuoteAndMine
Collaborating with Asharani Boruah
nojotouser9103025844

sangita

New Creator

ভণ্টিজনীৰ নিমন্ত্ৰণ ৰক্ষা কৰি #অতীত_স্মৃতি #উৰনীয়ামন #সুখ #বেদনা সকলোৱে সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ #YourQuoteAndMine Collaborating with Asharani Boruah