Nojoto: Largest Storytelling Platform

মোৰ চহৰৰ গান অন্তহীন এই সময়বোৰ যেন মোৰ বাবেই। জান

মোৰ চহৰৰ গান

অন্তহীন এই সময়বোৰ যেন মোৰ বাবেই।
জানো! তুমি বা কেনে আছা??
??????
তোমাৰ সুখৰ টোপোলাটি চাবলৈ বহুত হেঁপাহ;
ৰাখিবা সাঁচি মোলৈ।
দেরবছৰ আগতে যে লগ পাইছিলোঁ;
মনত আছে..
সেই ভয়াতুৰ খোজদুটি।
দুয়ো যেন অচিনাকী!!
তুমি যেন হাঁহিছিলা,
মই হেনো বুজিয়ে নাপালোঁ!
সময়ৰ সোঁতত যেন সকলবোৰে গান হৈ পৰিল।
এক প্রিয় গান।
হয়তো তুমিও মনত পেলাইছা!
ৰাতিপুৱাৰ astc ত অহা তোপনিটো,
smily দাদাজনৰ চাহ কাপ,
বাষ্টেণ্ডত নামি কৰা খোজৰ হিচাববোৰ।
মুহূৰ্তবোৰ যেন ৰোমান্টিক কাহিনীৰ একোটা অংশ।
miss হোৱা 1stক্লাছকেইটা!
তেতিয়া যে কৈ উঠিছিলা;
কি হব তোৰ!
বাৰু এতিয়া চাগে আবেলিবোৰ বহুত আমনি লাগে ;
নহয়?
কথা পাতিবলৈকে চাগে....
তোমাৰ কান্ধত গান শুনি শুবলৈ চাগে....
মই বৰ অহংকাৰী হৈ উঠিছোঁ ও;
বেয়াকৈ ভাল পাই পেলালা নেকি মোক?
বহুত মনত পৰিছে তোমাৰ,
তোমাৰ গানৰ...... #song of my city
মোৰ চহৰৰ গান

অন্তহীন এই সময়বোৰ যেন মোৰ বাবেই।
জানো! তুমি বা কেনে আছা??
??????
তোমাৰ সুখৰ টোপোলাটি চাবলৈ বহুত হেঁপাহ;
ৰাখিবা সাঁচি মোলৈ।
দেরবছৰ আগতে যে লগ পাইছিলোঁ;
মনত আছে..
সেই ভয়াতুৰ খোজদুটি।
দুয়ো যেন অচিনাকী!!
তুমি যেন হাঁহিছিলা,
মই হেনো বুজিয়ে নাপালোঁ!
সময়ৰ সোঁতত যেন সকলবোৰে গান হৈ পৰিল।
এক প্রিয় গান।
হয়তো তুমিও মনত পেলাইছা!
ৰাতিপুৱাৰ astc ত অহা তোপনিটো,
smily দাদাজনৰ চাহ কাপ,
বাষ্টেণ্ডত নামি কৰা খোজৰ হিচাববোৰ।
মুহূৰ্তবোৰ যেন ৰোমান্টিক কাহিনীৰ একোটা অংশ।
miss হোৱা 1stক্লাছকেইটা!
তেতিয়া যে কৈ উঠিছিলা;
কি হব তোৰ!
বাৰু এতিয়া চাগে আবেলিবোৰ বহুত আমনি লাগে ;
নহয়?
কথা পাতিবলৈকে চাগে....
তোমাৰ কান্ধত গান শুনি শুবলৈ চাগে....
মই বৰ অহংকাৰী হৈ উঠিছোঁ ও;
বেয়াকৈ ভাল পাই পেলালা নেকি মোক?
বহুত মনত পৰিছে তোমাৰ,
তোমাৰ গানৰ...... #song of my city
dasdass6129

Somee

New Creator

song of my city #Song