Nojoto: Largest Storytelling Platform

১ কাহিলীপূৱাৰ সেই পখিবোৰৰ গান মাজ ৰাতিৰ বাঁহীবাদকৰ

১
কাহিলীপূৱাৰ সেই পখিবোৰৰ গান
মাজ ৰাতিৰ বাঁহীবাদকৰ তান 
ভটিয়াই যোৱা সেই মাঝিৰ গান
সমস্ত যেন আজি বন্ধ !

২
নৈৰ সেই কুল্ কুল্ শব্দ
আকাশত বিজুলীৰ কৃতিম পোহৰ
বতাহত বৰষুণৰ শব্দ
সাগৰত উঠিছো টৌ
সমস্ত কিছু যেন আজি স্তব্দ ।

৩
গধূলিত খেলপথাৰত উল্লাস
বৰষুণে তিতা সেই সেউজীয়া ঘাঁহনি 
শালিকা বগলীয়ে পাখি মেলা বিচৰণ 
তাৰ মাজতে লগৰীয়াৰ আগমন ।

৪
চোতালত বহি গাৱৰ বোৱাৰীৰ
ওকণী আৰু খেক শিয়ালৰ গল্প 
সমস্ত কিছু যেন আজি একেবাৰে বন্ধ ।
আজি হ'ব পৰা নাই শান্ত 
কাৰণ আমি বৰ ক্লান্ত ।              #RABI$
১
কাহিলীপূৱাৰ সেই পখিবোৰৰ গান
মাজ ৰাতিৰ বাঁহীবাদকৰ তান 
ভটিয়াই যোৱা সেই মাঝিৰ গান
সমস্ত যেন আজি বন্ধ !

২
নৈৰ সেই কুল্ কুল্ শব্দ
আকাশত বিজুলীৰ কৃতিম পোহৰ
বতাহত বৰষুণৰ শব্দ
সাগৰত উঠিছো টৌ
সমস্ত কিছু যেন আজি স্তব্দ ।

৩
গধূলিত খেলপথাৰত উল্লাস
বৰষুণে তিতা সেই সেউজীয়া ঘাঁহনি 
শালিকা বগলীয়ে পাখি মেলা বিচৰণ 
তাৰ মাজতে লগৰীয়াৰ আগমন ।

৪
চোতালত বহি গাৱৰ বোৱাৰীৰ
ওকণী আৰু খেক শিয়ালৰ গল্প 
সমস্ত কিছু যেন আজি একেবাৰে বন্ধ ।
আজি হ'ব পৰা নাই শান্ত 
কাৰণ আমি বৰ ক্লান্ত ।              #RABI$