Nojoto: Largest Storytelling Platform

পাৰ হৈ গল...... পাৰ হৈ গল সেই যোগ আজি, নিৰ্যান হ

পাৰ হৈ গল......

পাৰ হৈ গল সেই যোগ আজি,
নিৰ্যান হল সেই প্ৰেমিক আজি।

সন্ধানত ফুৰিছিল এক নতুন ধৰিত্ৰীৰ যি,
লুণ্ঠিত হৈ, উভতি আহিল আজি।

নদলৈ বুলি, যি কেতিয়াবা হাত ধৰি নিছিল....
পাৰ হল তেওঁ অকলেই আজি।

নিজ প্ৰেক্ষাপটৰ সৈতে তেওঁ নিজেই অৱগত,
মনৰ মোৰ আচোট পূৰণ হব ধৰিছে আজি। #পাৰ_হৈ_গল
#assamesepoetry #অসমীয়া #কবিতা #yourquote #assamese #assamesewriters