Nojoto: Largest Storytelling Platform

সেইসকলে এতিয়াও গৌৰৱেৰে ক'বনে মোৰ ল'ৰাটো বা ছোৱালীজ

সেইসকলে এতিয়াও গৌৰৱেৰে ক'বনে মোৰ ল'ৰাটো বা ছোৱালীজনীয়ে অসমীয়া ক'বই নাজানে বুলি???
:
:
বুজিবৰ বাবে এয়াই সময়....
অন্যথা দ্বাদশ শ্ৰেণীত পঢ়ি অহা 
"The Last Lesson" পাঠটোৰ দৰে মাতৃভাষা লিখিবলৈ লৈ আমাৰো চকুপানীৰে বাট নেদেখা অৱস্থা হ'ব...। অসমীয়া ভাষা আমাৰ স্বাভিমান
#yqbaba  #yqbandhoi #yqassamese #assamesewriters #assamesequote #অসমীয়া_ভাষা #মাতৃভাষা_অসমীয়া #অসমীয়া

richabhattachary1137

R...🍁

New Creator