Nojoto: Largest Storytelling Platform

জীয়াই নাথাকি যে নোৱাৰিছো...... কিয়নো মোৰ দগ্ধ আমঠ

জীয়াই নাথাকি যে নোৱাৰিছো...... 
কিয়নো
মোৰ দগ্ধ আমঠুৰ ভস্মসাৎৰ অগ্নিকনাত
এতিয়াও তোমাৰ বাবে মৰমৰ ভগ্নাৱশেষ আছে,,
দুনয়নৰ নেত্ৰাম্বুয়ে এতিয়াও তোমাৰ পৰশৰ অপেক্ষাতেই বৈ আছে...  সহযোগিতাৰ বাবে আগবঢ়ালো 
#বিষাদ 
#অনুভৱৰ_টুকুৰা  #YourQuoteAndMine
Collaborating with Bedangana Baruah
জীয়াই নাথাকি যে নোৱাৰিছো...... 
কিয়নো
মোৰ দগ্ধ আমঠুৰ ভস্মসাৎৰ অগ্নিকনাত
এতিয়াও তোমাৰ বাবে মৰমৰ ভগ্নাৱশেষ আছে,,
দুনয়নৰ নেত্ৰাম্বুয়ে এতিয়াও তোমাৰ পৰশৰ অপেক্ষাতেই বৈ আছে...  সহযোগিতাৰ বাবে আগবঢ়ালো 
#বিষাদ 
#অনুভৱৰ_টুকুৰা  #YourQuoteAndMine
Collaborating with Bedangana Baruah
nojotouser9103025844

sangita

New Creator