Nojoto: Largest Storytelling Platform

আকাশলৈ চোৱা আৰু দুখবোৰ উজাৰি কোৱা বিশাল বাহুত সামৰ

আকাশলৈ চোৱা আৰু দুখবোৰ উজাৰি কোৱা
বিশাল বাহুত সামৰি থ'ব সি।
আকাশলৈ চোৱা আৰু সুখবোৰ উজাৰি কোৱা
সমভাগী হ'ব সি।
সঁ‌চাকৈ ভালপোৱা যদি আকাশখনক পোৱা প্ৰতিদান নিবিচাৰে সি। #আকাশ  #অসমীয়া_অনুভৱ #yqbaba #yqbandhoi #অসমীয়া #assamesepoetry #assamesewriters #assamesequote

richabhattachary1137

R...🍁

New Creator