Nojoto: Largest Storytelling Platform

Sad quotes in hindi স্মৃতি ❤❤❤❤❤ তুমি দিয়া প্ৰতি

Sad quotes in hindi স্মৃতি 
❤❤❤❤❤
 তুমি দিয়া প্ৰতিশ্ৰুতি 
মোৰ দেখোন আজিও 
সিৰাই সিৰাই বৈ আছে 
তুমি কিয় পাহৰি গৈছা 
সেই বকুলৰ তলত বহি দিয়া প্ৰতিশ্ৰুতি 
আজি সেয়া মাথো এটি স্মৃতি 
কৰি দিলা তুমি মোক স্মৃতিৰ বেদনা 
স্মৃতি দাপোনত চাও কেতিয়াবা 
আহিবা নেকি তুমি 
আহিবা নেকি তুমি । waiting for you. ........
I know.......you come ......
Sad quotes in hindi স্মৃতি 
❤❤❤❤❤
 তুমি দিয়া প্ৰতিশ্ৰুতি 
মোৰ দেখোন আজিও 
সিৰাই সিৰাই বৈ আছে 
তুমি কিয় পাহৰি গৈছা 
সেই বকুলৰ তলত বহি দিয়া প্ৰতিশ্ৰুতি 
আজি সেয়া মাথো এটি স্মৃতি 
কৰি দিলা তুমি মোক স্মৃতিৰ বেদনা 
স্মৃতি দাপোনত চাও কেতিয়াবা 
আহিবা নেকি তুমি 
আহিবা নেকি তুমি । waiting for you. ........
I know.......you come ......

waiting for you. ........ I know.......you come ......