Nojoto: Largest Storytelling Platform

......ভাগৰুৱা সপোন ...... সপোনৰ

                  ......ভাগৰুৱা সপোন ......

সপোনৰ পাছে পাছে দৌৰি মই ভাগৰি পৰিছো, মা.....

এতিয়া মাথো তোৰ আচলৰ ছাঁত ক্ষন্তেক জিৰাবৰ মন,
তোৰ মূখখনিত আছিল মই বিচাৰি ফুৰা পৃথিৱী খন।

দুচকু যেন , মই বিচাৰা বৰষুণ জাক,
তোৰ মাত শাৰত পাইছিলো, ঐশ শ্বাস ৷

মা, ভাগৰি পৰিছো অ সুখ বিচাৰি....
হাত ফুৰাই দে মোৰ চুলিৰ মাজেদি,

যেনেদৰে শুৱাইচিলি মোক ল'ৰালিত,
শুৱাই দে মোক, আজি তোৰ পদুলিত।

ভাগৰি পৰিছো অ মই , মা ভাগৰি পৰিছো মই ৷। #ভাগৰুৱা_সপোন, #tiresome_dream