Nojoto: Largest Storytelling Platform

দেউতাৰ মৃত্যুয়ে মোক দুটা শব্দৰ অৰ্থ ভালকৈ বুজি পো

দেউতাৰ মৃত্যুয়ে মোক দুটা শব্দৰ অৰ্থ ভালকৈ বুজি পোৱাত সহায় কৰিলে- এটা হ'ল দেউতা আৰু আনটো হ'ল মৃত্যু।

সেইকাৰণে হয়তো আগতে মনত নপৰা দেউতাই কোৱা কথাবোৰ এতিয়া বেছিকৈ মনত পৰে আৰু নিজৰ আত্মীয়ৰ মৃত্যুত চকু পানী নোলোৱা মানুহজনীৰ  দুঃসম্পৰ্কীয় মানুহৰ মৃত্যুতো চকু পানী ওলায়। #father#death#quotes#thoughts#nojoto#assamese#nojotohindi###

farhana4167

Farhana

Bronze Star
New Creator

fatherdeathquotesthoughtsnojotoassamesenojotohindi###