Nojoto: Largest Storytelling Platform

উচুপি উচুপি বিৱৰি যোৱা তেওঁৰ বিষাদিত জীৱনৰ বিৰহাগ

উচুপি উচুপি বিৱৰি যোৱা 
তেওঁৰ বিষাদিত জীৱনৰ বিৰহাগ্নিয়ে 
মোৰ হিয়া আজিও দহি নিয়ে ।
যি বিৱৰণিত বিৰিঙি উঠিছিল ... 
তেওঁৰ বিৰহকাতৰ জীৱনৰ ত্যাগ-বিচ্ছেদ
অপ্ৰাপ্তিৰ যান্ত্ৰনা আৰু 
মোক স্বীকৃতি দিব নোৱাৰাৰ তিক্ত পীড়া।। #আজিওআমনিকৰেমোক মোৰ আধৰুৱা সপোনবোৰে যি সচাঁ কৰিব এতিয়াও ৰৈ আছোঁ মই।
#অসমীয়া #collab #bandhoicollab #yqbaba #yqbandhoi #writersofassam  #YourQuoteAndMine
Collaborating with YourQuote Bandhoi
Collaborating with Ankita Kalita
নিমন্ত্ৰণ ৰক্ষা কৰি.....

nojotouser9103025844

sangita

New Creator