Nojoto: Largest Storytelling Platform

সময় সময় সময়'ৰ হে ক

                            সময়

সময় সময়'ৰ হে কথা বোধহয়,

নৱজাত জীৱটোক তেওঁ ঘৰ আনিল প্ৰথম বাৰ.......

দ্বিতীয় বাৰ সেই সন্তানে পাৰ্থিৱ দেহাটো হে আনিব পাৰিল তেওঁৰ......

জীৱন.... মৃত্যুৰ বাবে এক সুন্দৰ আয়োজন।।

 #death #time #মৃত্যু #সময়