Nojoto: Largest Storytelling Platform

প্ৰণয়পাশৰ সংজ্ঞা বাঙ্ময় নহয় বাবেই সম্ভৱতঃ ..! মস্ত

প্ৰণয়পাশৰ সংজ্ঞা বাঙ্ময় নহয় বাবেই সম্ভৱতঃ ..!
মস্তিষ্কৰ আজ্ঞপ্তি নাই যদিও হৃদয় আপোনাৰ প্ৰেমত,
কুৰংগহেন আপোনাৰ দৃকৰ প্ৰগাঢ়তাত বাৰে-বাৰে মই নিজকে
হেৰুৱাই পেলাও জানে ..?
আপোনাৰ কণ্ঠস্বৰত মইজনীৰ হৃৎ কণ্ঠ কিয়
বাৰু হৈ পৰে টলকতে অনুক্ত ..?
আপুনি হয়তো নাজানে য়ে, সংগোপনে.......
জীয়া নিস্বানৰ নীলাবোৰৰ মাজতো খোদিত হয় আপোনাৰেই অনুভুতি ..!
অনুভৱৰ দুৰ্বোধ্যতাৰ অৱগুণ্ঠন ছিঙি কেনেকৈনো বুজাও আপোনাক ,
কিয়নো আপোনাৰ যে হৃৎ অনুভূতি বোধগম্য শকতি নিৰ্বোধ। 

সহযোগ কৰিব চোন ।#অসমীয়া #প্ৰেম #ভালপোৱা #আকাংখ্যাৰ_দিনলিপি  #YourQuoteAndMine
Collaborating with Parismita Borah

nojotouser9103025844

sangita

New Creator

সহযোগ কৰিব চোন ।#অসমীয়া #প্ৰেম #ভালপোৱা #আকাংখ্যাৰ_দিনলিপি #YourQuoteAndMine Collaborating with Parismita Borah