Nojoto: Largest Storytelling Platform

সৌ দূৰৈৰ মই তৰা হৈ থাকিম তুমি মোলৈ চালে মইও হাঁহিম

সৌ দূৰৈৰ মই তৰা হৈ থাকিম
তুমি মোলৈ চালে মইও হাঁহিম
পোহৰো ফুলিব এন্ধাৰো সৰিব
প্ৰিয়তমা, মই আকৌ ঘূৰি আহিম।
সৌ কলীয়া মেঘৰে মতলীয়া
বৰষুণ হৈ মই তোমাতেই বৰষিম,
জীয়া ঢল নামিব মাথাউৰি ভাঙিব
প্ৰিয়তমা, মই আকৌ ঘূৰি আহিম। #ronuj_doley_poem
#assamese_romantic_poem
সৌ দূৰৈৰ মই তৰা হৈ থাকিম
তুমি মোলৈ চালে মইও হাঁহিম
পোহৰো ফুলিব এন্ধাৰো সৰিব
প্ৰিয়তমা, মই আকৌ ঘূৰি আহিম।
সৌ কলীয়া মেঘৰে মতলীয়া
বৰষুণ হৈ মই তোমাতেই বৰষিম,
জীয়া ঢল নামিব মাথাউৰি ভাঙিব
প্ৰিয়তমা, মই আকৌ ঘূৰি আহিম। #ronuj_doley_poem
#assamese_romantic_poem
ronujdoley3018

Ronuj Doley

New Creator