আজীৱন ভালপোৱাৰ স্বাৰ্থত... কিমান ভালপোৱা থাকিলে আজীৱন আপোনজনক আনৰ হাতত হাঁহি হাঁহি গতাই দিব পাৰি? কিমান ভালপোৱা থাকিলে আজীৱন দুচকুৰ কোণত অভিমানবোৰ সজাই দুখবোৰৰ উমান নিদিয়াকৈ থাকিব পাৰি? আজীৱন কিমান ভালপোৱা থাকিলে আন কাৰোবাৰ মুখত হাঁহি বিৰিঙোৱাত ব্যস্ত থকাজনক চায়ে সুখী হ'ব পাৰি? হাঁহিটো মুখত লৈ থকাৰ অভিনয়ত... উঁয়ে খোৱা সপোনবোৰ সৰিল... উপায়হীন হৈ স্বপ্নীল জীৱনেও হাৰ মানিল...!! #আজীৱন#challenge#yqbaba#yqbandhoi#assamese#assamesequote#অসমীয়াকবিতা#অসমীয়াঅনুভৱ