Nojoto: Largest Storytelling Platform

প্ৰচেষ্টা লাগিবই কোনো এটা কামত সফল হ'বলৈ, সময় লাগ

প্ৰচেষ্টা লাগিবই কোনো এটা কামত সফল হ'বলৈ,

সময় লাগিব গছপুলি ডাঙৰ হৈ তাত ফল হ'বলৈ;

আনৰ নেতিবাচক কথা শুনি নিৰাশ হোৱাৰ সলনি,

ভাল কিতাপ পঢ়া প্ৰয়োজন বৃদ্ধি মনোবল হ'বলৈ।

©Farhana #shayari#Assamese
#Books
প্ৰচেষ্টা লাগিবই কোনো এটা কামত সফল হ'বলৈ,

সময় লাগিব গছপুলি ডাঙৰ হৈ তাত ফল হ'বলৈ;

আনৰ নেতিবাচক কথা শুনি নিৰাশ হোৱাৰ সলনি,

ভাল কিতাপ পঢ়া প্ৰয়োজন বৃদ্ধি মনোবল হ'বলৈ।

©Farhana #shayari#Assamese
#Books