Nojoto: Largest Storytelling Platform

আহক, আমি জীৱনৰ প্ৰতিটো ভাল মুহূৰ্ত কেৱল মোবাইলৰ কে

আহক, আমি জীৱনৰ প্ৰতিটো ভাল মুহূৰ্ত কেৱল মোবাইলৰ কেমেৰাত বন্দী কৰাৰ পৰিৱৰ্তে মনৰ কেমেৰাত বন্দী কৰিবলৈ যত্ন কৰোঁ যাতে ভৱিষ্যতে এই সুন্দৰ মুহূৰ্তবোৰ ফটো চাই মনত পেলোৱাৰ সলনি এইবোৰ কথা মনত পৰাৰ লগে লগে ফটোখন উলিয়াই চাব পাৰোঁ #ফটো#selfie#nojoto#assamese#quotes##

farhana4167

Farhana

Bronze Star
New Creator

#ফটোselfienojotoassamesequotes##