Nojoto: Largest Storytelling Platform

*গেৰুৱা যদি ত্যাগ হয়*__ এদিন ময়ো বহিম সুখৰ সংজ্ঞা

*গেৰুৱা যদি ত্যাগ হয়*__

এদিন ময়ো বহিম সুখৰ সংজ্ঞাটি লৈ, 
সুখৰ দিনবোৰ বিচাৰিম;
স্বাভিমানী জীয়া মনটো চাগে!!
সেইদিনা কিৰিলিয়াই উঠিব;
গেৰুৱা মোৰ ত্যাগ হৈ ৰ'ব ।
।।গেৰুৱা মোৰ ত্যাগ হৈ ৰ'ব।। #গেৰুৱা যদি ত্যাগ হয়_ _
#still_alive
*গেৰুৱা যদি ত্যাগ হয়*__

এদিন ময়ো বহিম সুখৰ সংজ্ঞাটি লৈ, 
সুখৰ দিনবোৰ বিচাৰিম;
স্বাভিমানী জীয়া মনটো চাগে!!
সেইদিনা কিৰিলিয়াই উঠিব;
গেৰুৱা মোৰ ত্যাগ হৈ ৰ'ব ।
।।গেৰুৱা মোৰ ত্যাগ হৈ ৰ'ব।। #গেৰুৱা যদি ত্যাগ হয়_ _
#still_alive

#গেৰুৱা যদি ত্যাগ হয়_ _ #still_alive