Nojoto: Largest Storytelling Platform

আলিঙ্গন পৃথিৱী আহি ৰংমনক সুধিছিল ৰংমন মোক কেনে

আলিঙ্গন 

পৃথিৱী আহি ৰংমনক সুধিছিল 
ৰংমন মোক কেনে পাইছা?
ৰংমন মোৰ ৰংবোৰ দেখিছা?
দেখিছা মোৰ বুকুৰ সুবাস-মাদকতা !
দেখিছা সৃষ্টিৰ দৃষ্টি ময়েই !!
ৰংমন ---
তোমাৰ বুকুতেই মানুহৰূপী মানুহৰ দ্বাৰা 
বুকুভেদি অবাক কৰি তোলা বিশ্বাসঘাতকতা দেখিছা?
সপোনে কৰা সপোনৰ লাঞ্ছনা ঢুকি পাইছা?
ৰাতি আহি থাকোতে কোনোবাই পথৰ অচিনাকি মানুহক আলিঙ্গন কৰি হুকহুকাই কান্দি থকা দেখিছা !! SaidulPoems

saidul3795822728641

SaiduL

New Creator