Nojoto: Largest Storytelling Platform

We are not together today ॥তুমি উচুপি নাকান্দিবা ব

We are not together today ॥তুমি উচুপি নাকান্দিবা বন্ধু॥

তোমাৰ চকুত চকুপানী 
শোভা নাপায় অ' বন্ধু;
তোমাৰ ওঠৰ হাঁহিটোহে 
মোৰ ভাল লাগে।
তুমি উচুপি নাকান্দিবা
অ' বন্ধু....
তুমি কান্দিলে মোৰ হীয়াই উচুপে
তোমাৰ ওঠৰ হাঁহিটোৱে মোক
আনন্দৰ ৰেঙনী দি যায় অ'
তুমি হাঁহি থাকা বন্ধু
তোমাৰ তেজাল ওঠখনত
চকুৰ পৰা এটোপাল চকুপানীও
খহি পৰিব নিদিবা
তোমাৰ এটোপাল চকুপানীয়ে
মোৰ শৰীৰ তিয়াই নিয়ে অ'
তুমি সদায় হাঁহি থাকা বন্ধু... #NotTogether happy birthday friend 😘😘
We are not together today ॥তুমি উচুপি নাকান্দিবা বন্ধু॥

তোমাৰ চকুত চকুপানী 
শোভা নাপায় অ' বন্ধু;
তোমাৰ ওঠৰ হাঁহিটোহে 
মোৰ ভাল লাগে।
তুমি উচুপি নাকান্দিবা
অ' বন্ধু....
তুমি কান্দিলে মোৰ হীয়াই উচুপে
তোমাৰ ওঠৰ হাঁহিটোৱে মোক
আনন্দৰ ৰেঙনী দি যায় অ'
তুমি হাঁহি থাকা বন্ধু
তোমাৰ তেজাল ওঠখনত
চকুৰ পৰা এটোপাল চকুপানীও
খহি পৰিব নিদিবা
তোমাৰ এটোপাল চকুপানীয়ে
মোৰ শৰীৰ তিয়াই নিয়ে অ'
তুমি সদায় হাঁহি থাকা বন্ধু... #NotTogether happy birthday friend 😘😘