Nojoto: Largest Storytelling Platform
jackfruitwholewo6451
  • 4Stories
  • 13Followers
  • 44Love
    1.5KViews

Karishma

Chasing the beauty of life.

  • Popular
  • Latest
  • Video
02266078dd7c8f2d6752bd5ada0723b6

Karishma

Memories are always special for emotional people....💞💞💞

©Karishma
  #roshni 
#love
#emotional
#Old beautiful Memory

#roshni #Love #Emotional #old beautiful Memory

02266078dd7c8f2d6752bd5ada0723b6

Karishma

কিছুমান কথা কেতিয়াও পুৰণি নহয়।মাথোঁ সময়ৰ সৈতে আৰু গাঢ় হয়। 
পাহৰা নাযায় বিশেষ কিছুমান কথা। ইচ্ছা কৰিও পাহৰিব নোৱাৰি। কষ্ট‌ও হয়, অথচ এৰিব‌ও পৰা নাযায়।
May be memories are the most beautiful and sometimes it becomes the painful thing ever.

©Kariশ্মা
  #love
#musafir
02266078dd7c8f2d6752bd5ada0723b6

Karishma

May the love flow from eye to eye…from heart to heart💞💞

©Karishma
  #retro 
#Love
#live
#life
#musafir
02266078dd7c8f2d6752bd5ada0723b6

Karishma

"কি যে ভাললগা অনুভৱ"
                                                      চন ২০২১, মোৰ শিক্ষাজীৱনৰ এক নতুন অধ্যায়। নতুন পৰিৱেশ, নতুন মানুহ মুঠতে সকলো নতুন.... নতুন মানে নতুন পৰিৱেশত নিজকে নতুনকৈ আগুৱাই নিয়াৰ অভিলাষ।বগা কুৰ্তা,বগা পাতিয়ালা আৰু নীলা ৰঙৰ চূৰ্ণীখন লৈ নতুন পোছাকযোৰৰ সৈতে নতুন অনুভৱ কিছুমান লৈ সপোনৰ কলেজখনলৈ বুলি আগুৱালো।ন ন সতীৰ্থৰ আগমনে কলেজৰ পৰিসৰ আৰু মন দুয়োটাই আৰু অধিক  ডাঙৰ  কৰিছে।                          অ' চাওকচোন মই কলেজ কলেজ বুলিয়েই কৈ আছো কলেজ মানে দেৰগাঁৱৰ মাজ - 
মজিয়াত হাঁহি থকা আমাৰ সকলোৰে চেনেহৰ আগশাৰীৰ ঐতিহ্যমণ্ডিত ডি.কে.ডি. কলেজৰ কথা কৈছোঁ। কিমানযে  ডিকেডিয়ানৰ প্ৰাণচঞ্চলা হাঁহিৰ সাক্ষী এই ডি.কে.ডি.কলেজ। ন ন সতীৰ্থৰ আগমন আৰু পুৰণি সতীৰ্থৰ গমন হৈছে হয়,, (অৱশ্যে standard word ত ক'লে freshers & farewell) কিন্তু সকলো ডিকেডিয়ানৰ মনত  ডি.কে.ডি.ৰ স্মৃতিৰ সজীৱতা সদায়ৰ বাবেই স্থায়ী আৰু সদ্যস্নাতা হৈ ৰ'ৱ।আপোন কলেজখন সদায় ভালে থাকক।🌸🌸

©Karishma #retro 
#Memories 
#college 
#BeautifulDay


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile