Nojoto: Largest Storytelling Platform
rikibaishya4206
  • 13Stories
  • 35Followers
  • 51Love
    87Views

Riki baishya

Tezpurian riki

  • Popular
  • Latest
  • Video
03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

ভাল লাগে তোমাৰ নাম,

মোৰ লগত ।

যেন কোনোবাটো ৰাতিপুৱা,

সাঙোৰ খায় থাকে,

এক ৰঙীন সন্ধিয়াৰ লগত । #axomiya #deka #tezpuriyan #riki
03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

#axomiya #deka #tezpuriyan #riki
03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

#axomiya #deka #tezpuriyan #riki
03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

মনৰ কিতাপখনত মোৰ হৃদয়ৰ 
প্ৰেমেৰে লিখা অাছে 
মাথোঁ তোমাৰেই নাম

মুছিব খুজিলেও 
মুছিব নোৱাৰিবা 
কিয়নো মোৰ প্ৰেমেই হল তেনেকুৱা.

3 Love

03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

#axomiya #deka #tezpuriyan #riki
03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

New shyri

New shyri

39 Views

03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

সপোন মই দেখিছো কিন্তু, সপোনটো পুৰণ কৰিবলৈ সকলো সুবিধা কৰি দিয়াজনেই *MAA*....

❤️❤️❤️ Happy mothers day

Happy mothers day

5 Love

03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

Poti - Aah, Mor Heart Attack Hoise,
Potapot Ambulanceok Phone Kora


Potni - Ki? Roba Moi Ambulanceok Phone Koru, Tomar Mobileor Password Tu Kowa Potapot

Poti - Oh, Phone Koribo Nalage Diya Olop Aaram Paiso.

4 Love

03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

তিতি থকা ৰাস্তাত মই
Internet ক ভৰসা কৰোঁ।
লাহে লাহে Mobile ক
Internet ত উচৰ্গা কৰোঁ।
নিজকে বিলীন কৰি দিওঁ
যেন Google তো বিচাৰি নাপাবা।
ধীৰে ধীৰে জীৱনটো এতিয়া 
Facebook ত আৱদ্ধ কৰোঁ।
অ' মোৰ মৰমৰ Facebook,

তুমিয়েই মোৰ প্ৰেমিকা হোৱা যে।

5 Love

03b918cd7b4b794dd3c42d9a244a30d5

Riki baishya

Khwabo me ayenge SMS ki tarah,
Dil me bas jayenge RINGTONE ki tarah,
Pyar kabhi kam na hoga Balance ki tarah,
Bas aap busy naa rehna NETWORK ki tarah.

5 Love

loader
Home
Explore
Events
Notification
Profile