Nojoto: Largest Storytelling Platform
pranjitdeka6432
  • 14Stories
  • 45Followers
  • 79Love
    0Views

Pran Jit Deka

  • Popular
  • Latest
  • Video
04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

Ravish Wins Magsaysay কাম যিয়ে নহওক কিয়, একমনে সুস্থ মগজুৰে অকনো অৱহেলা নকৰাকৈ যেতিয়া কৰিবা তেতিয়া ভৱিষ্যতে তুমিয়ে আকাশ চুৱাৰ সুযোগ কণ পাবা।
কেৱল কামটোত নিষ্ঠা ৰাখিবা আৰু লক্ষ্য কৰিবা যাতে তুমি কৰা কাম তোৰ পৰা কাৰো অন্যায় নহয়।

আশা কৰিছোঁ ভৱিষ্যতে সকলোৱে সু-পথৰে আগবাঢ়ি যোৱা।

8 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

Belief 





STATUS চাই মানুহৰ চৰিত্ৰ বিচাৰ কৰিব
নোৱাৰি, হয়।
😁😁😁😁

কিন্ত, 100 % গেৰাণ্টি অলপ যদি ভালকৈ
তেওঁৰ status মন দি পঢ়া হয়,
,🤔🤔🤔🤔

তেতিয়া
তেওঁৰ বিষয়ে বহুত কথাই শিকিব পাৰি।
😏😏😏😏

5 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

Don't underestimate the power of status ত মানুহে সেই বোৰ হে লিখে 
যিটো প্ৰকৃততে তেওঁৰ মনে বিচাৰে।


😃😃😃😃😃


সৰল ভাষাত status এনে এক মাধ্যম যাৰ দ্বাৰা
মানুহ এজনৰ মনৰ কিছু ভাৱ জানিব পাৰি।

7 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

বৰ্তমান মই,
       স্বার্থপৰ হব শিকিছোঁ।
মানুহক খ্যাতিৰ কৰা বাদ দিছোঁ, তেওঁলোকৰ ওচৰত সৰু হবলৈও টান পোৱা হৈছোঁ।

কাৰণ এটা সময় মইও পাৰ কৰি আহিছো, লাভ নাই।
যাৰ মানসিকতাত দাগ আছে সি কেতিয়াও আনৰ
হিত চিন্তা কৰিব নোৱাৰে।
সেয়েহে নিজকে মইও পৰিবৰ্তন কৰিছোঁ।

-Happey journy-

5 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

যাৰ মুখত পৰা নাই মাল,
সি কি ঘেন্তা বুজিব





পৃথিৱীয়েই স্বৰ্গ।
মাল খোৱা, স্বৰ্গ চোৱা

7 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

ৰাতিপুৱাৰ বেলি

ৰাতিপুৱাৰ বেলি টি চাবৰ মোৰো মন যায়
পখীৰ শুৱলা কণ্ঠৰ গান শুনিবৰ মোৰো মন যায়।
কিন্তু নোৱাৰো কাৰণ টোপনি মোৰ বাটৰ শত্ৰু।

ৰাতি শুৱৰ সময়ত টোপনিয়ে কয়,
এতিয়াই হোৱা নাই আৰু কিছু সময় অপেক্ষা কৰা,
চাল্লা এনেকৈ ৰাতি এক-দুই বাজি যায়।

তথাপিও আহিব নিবিচাৰে টোপনি,
উপায় নাই বিৰক্তি স্বত্তেও মুদি দিওঁ চকু কেইটা।
তাৰপিছত, তাৰপিছত আৰু কি ?
একদম ৰাতিপুৱা ১০-১১ বজালৈ লালকাল টোপনিত।

আচলতে ইয়াত টোপনিৰ কোনো হাত নাই,
আমাৰ হাতত থকা android phon কেইটাই আমাৰ প্ৰধান শত্ৰু। টোপনি

টোপনি

5 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

এসময়ত

এসময়ত গঞাতোলা গাঁও খন 
বৰ সুন্দৰ পৰিবেশৰ আছিল ও।
হায়-কাজিয়া নাছিল, ভেদ ভাৱ নাছিল
মিলাপ্ৰীতিৰে বসবাস কৰিছিল সকলোৱে।

পকিঘৰ নাছিল, গাড়ী মটৰ নাছিল
টিভি নাছিল, কেতিয়াবা কেতিয়াবা লঘোনেও
থাকিব লগা হৈছিল তথাপিও কিন্তু
সকলোৰে ঘৰত সুখ-শান্তি আছিল।

যেতিয়াৰে পৰা আমি ডাঙৰ হলো
তেতিয়াৰে পৰা ঘৰে-ঘৰে সুখ শান্তি বোৰো নাইকীয়া হৈ পৰিল।
চাল্লা নহবনো কিয়, আমি কম মাল মাগুৰ নহয়।
নলবা লগীয়া বিদ্যা সকলোৱে ললোঁ, কোনোবা
মদাহী হলো, কোনোবা কোনোবা ভাঙোৰি হলো।
ইজনে সিজনক চিনি নোপোৱা হলো।

ভাবিলে দুখ লাগে, নহয়নে বন্ধু সকল। গঞাতোলা

গঞাতোলা

5 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

সময়ৰ পৰিচয়

বহুত কথায় শিকায়
কোন আপোন, কোন পৰ।

চিনাকি কৰাই দিয়ে 
স্বাৰ্থপৰ-নিস্বাৰ্থপৰ মানুহবোৰৰ লগত।

সময়ৰ গতিত মুখা পিন্ধা 
ভদ্ৰলোক বিলাকেও মুখা খুলিবলৈ বাধ্য হয়।

সঁচা কথা কবলৈ গলে সময় বৰ
স্বাৰ্থপৰ ও
নিজৰ স্বাৰ্থৰ সিদ্ধিৰ বাবে ই সকলো কৰিবলৈ বাধ্য হয়।

🕛🕧🕐🕜🕑🕝🕒🕞🕓🕟 time

time

7 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

Success   What is success ?
is a relationship between Hardwork
and Good health.

Why?
Reason is that if you have good health
then you can do all everything like
if you are a student then you can read hard,
if you are a player then you can play well
etc etc..

Now last main important thing
What people thing about u don't mind.
mind it that who are you,how u can devolop urself
because life is ur. be careful

be careful

6 Love

04ba30442ef6afe0bd0d491baee39a31

Pran Jit Deka

Facebook

চাল্লা, যেতিয়া facebook ত ছোৱালীৰ
friend request আহে তেতিয়া নিজকে তামাম 
handsome feel হয় বে কেলা।

যেতিয়া আইনাৰ আগত
নিজৰ মুখ খন চাওঁ তেতিয়া
 আশা পানীত
কুকুৰে মুটি দিয়ে কেলা।

*reality ভাই reality* about Facebook

about Facebook

5 Love

loader
Home
Explore
Events
Notification
Profile