Nojoto: Largest Storytelling Platform
rjrupjyoti3417
  • 60Stories
  • 69Followers
  • 379Love
    239Views

R J Rupjyoti

  • Popular
  • Latest
  • Video
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

White আৰু সাহস নহব প্ৰেম কৰিবলৈ♥️♥️

ভঙা হৃদয়খন চিলাই আহিছো❤️‍🩹❤️‍🩹❤️‍🩹

অলপ দূৰত্ব বজাই ৰাখক 
🖐️🖐️🖐️
মই বিশ্বাসঘাতকতা সম্মুখীন হৈ আহিছো❤️‍🔥❤️‍🔥❤️‍🔥❤️‍🔥

©R J Rupjyoti
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

Tumi Misa Koi Diya HridoyoT Dukh  Khini


MonOt Thakibo Sirojibon ...
aaguwai Jua Hukhi Hua 
JibonoT Hokoku Khini Pua...
tare Kamona Koru....

Ji KoriLa Tumi ....etiya Aru Nahiba Aru....Good BY

©R J Rupjyoti
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

বছৰ হৈ%পৰিল তুমি  গুচি যোৱা 💜

যেনেকৈ  আছা তেনেকৈয় হাহি থাকা

মোক মনত নেপেলাবা 💔💔💔


তুমি কেতিয়াবা  মনত কৰা 

 ছাকে ..........
 সেইবাবে সকলোৰে মাজত থাকিও   মই হেৰাই পৰো  💙💙
তুমি তুমি%লগা অনুভৱখিনিৰ সৈতে

©R J Rupjyoti
  #sadquote 💔💔💔💔

#sadquote 💔💔💔💔 #Love

0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

     ধৰি ৰাখিবলৈ নোৱাৰিলো তোমাক    কবলৈ নোৱোৰিলো মনৰ কথাখিনি  মোৰ এই খৎৰ বাবে,।।।

আৰু হয় পৰিলো নিজৰ মাজতে অকলশৰীয়া।।।

©R J Rupjyoti
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

হৃদয়ৰ দুৱাৰখন  খুলি সোমালা হয় বন্ধ 


কৰি নাযাবা

 যদি বন্ধ কৰি গুচি যোৱা

 চিঞৰি চিঞৰি তোমাতে শেষ হৈ পৰিম

©R J Rupjyoti
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

হৃদয়ৰ দুৱাৰখন  খুলি সোমালা হয় ❤️❤️

বন্ধ কৰি নাযাবা।।।যদি বন্ধ কৰি গুচি যোৱা


 চিঞৰি চিঞৰি তোমাতে শেষ হৈ পৰিম

©R J Rupjyoti #diary
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

সোনাছোন তোমাকে ভাবি ললো মোৰ আশা ,মোৰ সপোন ,মোৰ অনুভূতি,মোৰ হেপাহ ।


©R J Rupjyoti
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

অই সোনা চোন  তুমি হাহি এটি মাৰি কোৱা যে কি কৰিছা বুলি হাহিটি কাৰণ মই হও বুলি কলে হব নে বাৰু 


।।।,নহলেও হব বাৰু দিয়া


 ।তুমি দেখা সপোনটি যে মই দিথক হব পাৰিম নে বাৰু অ বুজিছো তোমাৰ    কষ্ট  হব পাৰে হয় সপোনে  কষ্ট  দিয়ে বাৰু

তেনেহলে শেষত কও শুনা  তুমি তুমিয়ে হয় থাকা  মাথো তোমাৰ হৃদয়খনি দিয়া কথা দিছো 

তোমাৰে হয় ৰম তোমাতে শেষ হম 💛💛💛

এতিয়া কোৱা  হবানে বাৰু তুমি মোৰ

©R J Rupjyoti
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

জানানে তুমি বাৰু মোৰ প্রেমৰ পথটিত 

বহু আহিল ''''বহু গল  তাৰমাজতে বহুতে শিকালে বহুতে  প্ৰতাৰণাও কৰিলে 

কিন্তু
 মোৰ প্ৰেমৰ পথটিত  কোনো আগবাঢ়িব নিবিচাৰিল হয় মানিছো মোৰ প্ৰেমৰ পথটিত  উখুৰা -মূখৰা আছিল 
মানুহে জানো পথটি বেয়া থাকিলে যাবলৈ এৰি দিয়ে জানো

©R J Rupjyoti #MusicLove
0d095067f7b29b4809b86c485a4522ca

R J Rupjyoti

জীৱন বাটত সকলো পালো কিছুমান সময়ৰ সোতত আতৰি গল❤🚶‍♂️🚶‍♂️🚶‍♂

আৰু কিছুমান  ৰৈয় গল 🧍‍♀️🧍‍♀️

আৰু নোপোৱাবোৰক লয় আশাৰে বাট চাই আছো 💚💚

©R J Rupjyoti
loader
Home
Explore
Events
Notification
Profile