Nojoto: Largest Storytelling Platform
imamhussain3769
  • 6Stories
  • 20Followers
  • 27Love
    473Views

Imam Hussain

কবি,লেখক আৰু সংগ্ৰামী নেতা

  • Popular
  • Latest
  • Video
14b36a705f9fd65d805dbe70d841c079

Imam Hussain

poetry reading

poetry reading #Quotes

14b36a705f9fd65d805dbe70d841c079

Imam Hussain

Read in a small boys to the home.

Read in a small boys to the home. #Knowledge

14b36a705f9fd65d805dbe70d841c079

Imam Hussain

মই এজন কবি হ'লে
              ✍️..ইমাম হুছেইন
             ছাত্ৰ,বিশ্বনাথ মহাবিদ্যালয়

মুক্ত আত্মাৰ অনুভৱবোৰ
আৱেগ-বিবেক অনুভূতিৰে;
জগত দৰবাৰত !
কবিতাৰ মান্যতাৰে,
অমৰ সৃষ্টিৰ
পুঞ্জীভূত সম্পদ ৰূপে,
কবিতাৰ ভ'ৰালত !
য'তনেৰে লিখিলোঁ হয়
হাজাৰ-হাজাৰ কবিতা !!

মই এজন কবি হ'লে
যান্ত্ৰিকতাৰ দেশত,
সাঁজিলো হয়
কবিতাৰ পুঁথিভ'ৰাল !!

শ্ৰোতাই বিচৰা
কবিতা সৃষ্টিৰ তত্ত্ব,
তৃপ্তিৰে দিলো হয়
কবিতাৰ বতৰা !!

পাঠকে পঢ়িলে হয়
জগতে জানিলে হয়,
ভ'ৰাল চহকী দেশ মোৰ
আনন্দৰে নাচিলে হয় !!

কবিতাৰ শূণ্যতা এৰি
ব্যাকুল হ'লে হয়
সূৰুযৰ পোহৰে,
মোৰ কবিতাৰ ভ'ৰাল চহকী দেশত
আলোকৃত কৰিলে হয় নতুন উদ্যমেৰে !!

শ্ৰোতা-পাঠকে বিচাৰিলে হয়
মোৰ কবিতা,
অমৰ হ'লে হয়
সৃষ্টিৰ চিতা !!

মই এজন কবি হ'লে ।।

ভ্ৰাম্যভাষঃ ৭০০২৬৯৮৫২৩

©Imam Hussain ম‌ই এজন কবি হ'লে শীৰ্ষক এটি অসমীয়া কবিতা ২০২১

#covidindia

ম‌ই এজন কবি হ'লে শীৰ্ষক এটি অসমীয়া কবিতা ২০২১ #covidindia

14b36a705f9fd65d805dbe70d841c079

Imam Hussain

Read in a Assamese Poetry

Read in a Assamese Poetry #Quotes

14b36a705f9fd65d805dbe70d841c079

Imam Hussain

we are going to be in the day.

we are going to be in the day. #Society

14b36a705f9fd65d805dbe70d841c079

Imam Hussain

Award ceremony's of the day.
at the day care center in Borpeta Howly.

Award ceremony's of the day. at the day care center in Borpeta Howly. #Society


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile