Nojoto: Largest Storytelling Platform
firujalom9328
  • 5Stories
  • 17Followers
  • 20Love
    38Views

Firuj Alom

Welcome back to Official Firuj Alom Page

  • Popular
  • Latest
  • Video
3070493c170c54fa1c64d26a6c3c5065

Firuj Alom

हर काम में पहले खुद को साबित करना सीखो दूसरों के ऊपर उंगली उठाने से पहले खुद परफेक्ट हो ना सीखो।

3070493c170c54fa1c64d26a6c3c5065

Firuj Alom

**মন যায় **
মন যায় মোৰ মেটেকাৰ দৰে বোঁৱতি নৈৰ সোঁতে সোঁতে উটি যাবলৈ । চকুত চকু থৈ কাষে কাষে খোজ দিবলৈ মোৰো মন যায় । আকাশৰ জোন বেলি তৰায়ো আনি দিবলৈ মন যায় মাথোঁ তোমাৰ বাবে ! পিচে উমান নাপাওঁ ।দুভৰি দুই নাৱত দি যাবলৈ হয়তো মই নোৱাৰিম । কিন্তু পানী তোলা ঘাটত আৰু পদূলি বাটত, মই সদায় চকু থওঁ তোমালৈ । তোমাৰ লাজুকী লাজুকী চকুৰ চাৱনিটো আকৌ এবাৰ চাবলৈ মন যায় । চাহ গছৰ পাত চিঙি থকা লোক সকলক দেখিলে
মোৰো গাবলৈ মন যায় বাগানীয়া গান । অ’ শুনা চোন তোমাৰ সেই মিঠা বৰণীয়া দেহাটি চাবলৈও বৰ মন গৈছে", পিছে বহু সপোন মনতে থৈ ৰৈ আছো তোমালৈ এটা জোনাকী পৰুৱা হৈ ।

3070493c170c54fa1c64d26a6c3c5065

Firuj Alom

Gunah
3070493c170c54fa1c64d26a6c3c5065

Firuj Alom

firuj alom

firuj alom


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile