Nojoto: Largest Storytelling Platform
qunroy1167019846155
  • 19Stories
  • 28Followers
  • 213Love
    1.6KViews

Queen Roy

  • Popular
  • Latest
  • Video
30faf5fdded292a70918d615b196256c

Queen Roy

#peace
30faf5fdded292a70918d615b196256c

Queen Roy

#Rhtdm
30faf5fdded292a70918d615b196256c

Queen Roy

বুজাবুজি খুবেই দৰকাৰী সম্পৰ্ক এটাত
কেৱল ভালপোৱাই জানো সম্পৰ্ক এটা ধৰি ৰাখিব পাৰিব??যদি বুজিয়ে নাপায় ইজনে আন জনক!!!😒
বহুতো সম্পৰ্ক হয়তো বুজাবুজিৰ অভাৱৰ কাৰণেই ভাগে...












_Qn #Love #Assamese
30faf5fdded292a70918d615b196256c

Queen Roy

30faf5fdded292a70918d615b196256c

Queen Roy

#hindisong
30faf5fdded292a70918d615b196256c

Queen Roy

জীৱনটো আচলতে ইমানো জটিল নহয়...
আমি নিজেই জটিল কৰি তুলো... 
যদি আমি আনৰ পৰা expectations বোৰ অলপ কমকৈ ৰাখোঁ আৰু আনৰ ভূল বোৰ ক্ষমা কৰি দিয়াৰ লগতে নিজৰ ভুল বোৰো মানি লব পাৰো
জীৱনটো আগতকৈ অলপ সহজ হৈ পৰিব....নহয় জানো!!??



      
     -Queen #Assamese
30faf5fdded292a70918d615b196256c

Queen Roy

#Assamese
30faf5fdded292a70918d615b196256c

Queen Roy

তুমি কৰা ভাল কাম বা উপকাৰ বোৰ কিছুমানে সোনকালে পাহৰি যায়.. কেতিয়াবা কেনেবাকৈ তোমাৰ অজানিতে যদি ভুল হৈ যায় তেন্তে আগৰ সকলো কথা পাহৰি শেষত কেৱল সেই ভূলটোক হে মনত ৰাখে..
         
                                
                                               -Queen #Assamese
30faf5fdded292a70918d615b196256c

Queen Roy

মা

জীৱনটো বৰ জটিল ও মা..
প্ৰতিটো খোজতে নিজকে অকলশৰীয়া পাইছোঁ
পদে পদে উজুটি খাইছো, পিচলি পঢ়িছোঁ
বাস্তৱৰ পিছত দৌৰি দৌৰি মই ভাগৰি পঢ়িছোঁ মা...
মোৰ উভতি যাব মন যায় তাহানিৰ দিনবোৰ লৈ
তোমাৰ চাদৰৰ ছাঁত জিৰণি লবলৈ
পাহৰি যাব মন যায় মোৰ সমস্ত বেদনা
ও মা.... তোমাৰ কোলাত মূৰটো থৈ 
অকমান শুবলৈ দিয়াচোন..
এবাৰ আহি নিচুকাই যোৱা না মা..
তোমাৰ নিচুকণি গীতবোৰ মোৰ আজি ও প্ৰিয়
তোমাৰ যে মৰমলগা মুখখনি চাবলে 
মোৰ বৰ মন যায় ও মা....
বৰ মন যায় তোমাৰ বুকুত মোৰ গুজি কন্দিবলৈ...
অলপ জিৰণি লবলৈ....



✍️ কুইন ৰয় #Assamese
30faf5fdded292a70918d615b196256c

Queen Roy

#Assamese
loader
Home
Explore
Events
Notification
Profile