dhiraj nath

dhiraj nath Lives in Mumbai, Maharashtra, India

main tumhare liye kuch bhi nehi,, par mere sab kuch bas tuhi hain,,

  • Popular
  • Latest
  • Video

""

"অহংকাৰো সময়ত আবশ্যক হৈ পৰে। যেতিয়া কথাবোৰ, অধিকাৰ,চৰিত্ৰ আৰু সন্মানৰ ওপৰত আহি পৰে।"

অহংকাৰো সময়ত আবশ্যক হৈ পৰে।
যেতিয়া কথাবোৰ, অধিকাৰ,চৰিত্ৰ আৰু সন্মানৰ ওপৰত আহি পৰে।

 

10 Love

""

"প্ৰত্যেকটো বস্তুৰেই এটা সুকীয়া সৌন্দর্য আছে,, কিন্তু সকলোৱে তাক চাবলৈ নোৱাৰে।।"

প্ৰত্যেকটো বস্তুৰেই এটা সুকীয়া সৌন্দর্য আছে,,
কিন্তু সকলোৱে তাক চাবলৈ নোৱাৰে।।

 

9 Love

""

"স্বাৰ্থ নোহোৱাকৈ কোনো কথা-বতৰা পতা মানুহো নোপোৱা ইয়াতে। ইয়াত মানুহবোৰে হৃদয়ৰ মাজতো মগজুবোৰ লৈ হে ঘূৰি ফুৰে।"

স্বাৰ্থ নোহোৱাকৈ কোনো কথা-বতৰা পতা মানুহো
নোপোৱা ইয়াতে।
ইয়াত মানুহবোৰে হৃদয়ৰ মাজতো মগজুবোৰ লৈ হে 
ঘূৰি ফুৰে।

 

9 Love

""

"আমি আজি জীয়াই থকাটোৱেই জীবন। অহাকালি জীয়াবলৈ থকা সকলোবোৰ মাত্র আশা।"

আমি আজি জীয়াই থকাটোৱেই জীবন।
অহাকালি জীয়াবলৈ থকা সকলোবোৰ মাত্র আশা।

 

9 Love

""

"বহুত স্মৃতি শক্তি থকা মগজু লাগিব, ভুলবোৰ উলিয়াবৰ কাৰণে। কিন্তু এখন সুন্দৰ কোমল হৃদয় লাগিব, সেই ভূলবোৰক ক্ষমা কৰি দিবলৈ।"

বহুত স্মৃতি শক্তি থকা মগজু লাগিব,
ভুলবোৰ উলিয়াবৰ কাৰণে।
কিন্তু এখন সুন্দৰ কোমল হৃদয় লাগিব,
সেই ভূলবোৰক ক্ষমা কৰি দিবলৈ।

 

9 Love