Nojoto: Largest Storytelling Platform
najimahmed9670
  • 467Stories
  • 29Followers
  • 4.0KLove
    0Views

✍ নাজিম

"LoVe_Is_LiFe"

  • Popular
  • Latest
  • Video
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত.. ☕


জীৱনত এটা কথা সদায় লক্ষ্য কৰিব যে..
কোনবোৰ মানুহ প্ৰকৃততে আপোনাৰ দুখত দুখী হয়.. 
আৰু সুখত সুখী হয়..
দৰাচলতে সেইকেইজন ব্যক্তিয়েহে আপোনাৰ হৃদয়ত.. স্থান পোৱাৰ যোগ্যতা ৰাখে...


✍ নাজিম











.

©✍ নাজিম #street
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

শুভ-আবেলি..🙂 


"ভালপোৱা"ই অন্তৰত বেদনাৰ সৃষ্টি..  
কৰিব নোৱাৰে..
সৃষ্টি কৰে ভুল ব্যক্তি এজনক..  
বাচি লোৱাৰ বাবেহে...



✍ নাজিম







.

©✍ নাজিম #womensday
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত..☕

"ভালপোৱা" ই অন্তৰত বেদনাৰ.. 
সৃষ্টি নকৰে..
সৃষ্টি কৰে ভুল ব্যক্তি এজনক বাচি..  
লোৱাৰ বাবেহে...



 ✍ নাজিম










.

©✍ নাজিম #womensday
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত..☕  


হাঁহিৰ আঁৰত লুকাই থকা বেদনা..
খংৰ আঁৰত লুকাই থকা ভালপোৱা..
নিৰৱতাৰ আঁৰত লুকাই থকা যু্ক্তি..
মাথো..
সেইজনেহে  বুজিব পাৰে..
যি জনে আপোনাক অন্তৰেৰে ভালপায়...

                                         
✍ নাজিম













.

©✍ নাজিম #together
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত..☕


অপেক্ষাৰ অন্তত ভাল হয়..
এৰি নিদি লাগি থাকিলে অধিক সফল হয়..
আৰু..
বিশ্বাস ৰাখিব পাৰিলে শ্ৰেষ্ঠ হয়...


✍ নাজিম














.

©✍ নাজিম #Rose
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত..☕


কাহানিবা জীৱনলে হঠাৎ নামি অহা ধুমুহাক আপুনি..   
শান্ত কৰিব নোৱাৰে..
মাথো..
আপুনি  সেই কাল-ধুমুহা আঁতৰি যোৱালে অপেক্ষা.. 
কৰিব পাৰে...


✍ নাজিম











.

©✍ নাজিম #hills
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত.. ☕


নিজক ভালে ৰখাৰ দায়িত্ব নিজেই লব লাগিব..
প্ৰিয়জন মাথো এক নিৰ্দিষ্ট সময় সাপেক্ষে গল্পহে মাত্ৰ..


✍ নাজিম















.

©✍ নাজিম #HeartBreak
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত..☕  


জীৱনৰ এক ডাঙৰ বিড়ম্বনা হ'ল..
আপোনাক প্ৰায় প্ৰত্যেক জনেই.. 
আপোনাৰ কেৰিয়াৰ, আপোনাৰ বিয়া-বাৰু, আপোনাৰ.. লৰা-ছোৱালীৰ বিষয়ে সুধে..
যেন, এয়া এক গেলা-মালৰ বজাৰ কৰিব লগীয়া..   
বস্তুৰ তালিকাহে..
কিন্তু..
আপুনি কিমান সুখী সেই কথা কোনেও..   
কাহানিও নুসোধে...


✍ নাজিম












.

©✍ নাজিম #Nofear
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত..☕  


জীৱনৰ এক ডাঙৰ বিড়ম্বনা হ'ল..
আপোনাক প্ৰায় প্ৰত্যেক জনেই 
আপোনাৰ কেৰিয়াৰ, আপোনাৰ বিয়া-বাৰু, আপোনাৰ.. লৰা-ছোৱালীৰ বিষয়ে সুধে..
যেন, এয়া এক গেলা-মালৰ বজাৰ কৰিব লগীয়া..  
বস্তুৰ তালিকাহে..
কিন্তু..
আপুনি কিমান সুখী সেই কথা কোনেও..  
কাহানিও নুসোধে...


✍ নাজিম














.

©✍ নাজিম #Nofear
35e922dfb76fadc21b2be4385a9abc8b

✍ নাজিম

সু-প্ৰভাত..☕  


যদি আপুনি লক্ষ্যস্থানলৈ বুলি বাট বুলোতে নিসংগ.. হবলগীয়া হৈছে..
তেন্তে..
অকলশৰীয়াকৈ থকাৰ অভ্যাস গঢ়ি তোলক...


✍ নাজিম













.

©✍ নাজিম #WalkingInWoods
loader
Home
Explore
Events
Notification
Profile