Nojoto: Largest Storytelling Platform
dipakboro4271
  • 9Stories
  • 5Followers
  • 45Love
    40Views

dipak boro

college student

  • Popular
  • Latest
  • Video
3751a843802435848cdafacb87825b1d

dipak boro

White মন  মলয়া 

কলিয়নি  নদীৰ দাঁতিত 
কহুঁৱা  জোপাৰ  মাজত 
তোমাক  বিচাৰি  ফুৰিছো।
সপোন  পৰাশা  চৰাইবোৰ 
মন-আকাশত  উৰি  ফুৰিছে ।
বনৰ  মাজে  মাজে 
মইনা  জাকেও
লুকা  ভাকো  খেলিছে ।
শূণ্য  আকাশৰ....
বিশাল  মেঘৰ  আঁৰত 
তুমাকেই  যেন  দেখিছোঁ 
সাবটিব  খুজিও 
বাৰে  বাৰে  উজতিহে  খাইছোঁ।

                                     দীপক বড়ো

©dipak boro  love poetry for her

love poetry for her #Poetry

3751a843802435848cdafacb87825b1d

dipak boro

জন্ম বাৰ্ষিকী


জন্মৰ একৈশটা
বৰ্ষৰ প্ৰাকক্ষণত
আজিৰ দিনটোক
বাৰুকৈয়ে শুৱৰিছো।
আজি  মই ধন্য
আজিৰ বাবেই যেন
ব্ৰহ্মাণ্ডৰ মহাময়ী দৃশ্য
উপভোগ কৰিবলৈ পাইছো।
সুখ-দূষৰ মাজেৰে 
নিজৰ আত্ম জীৱনক
গঢ় দিবলৈ শিকিছো।
ধৰাৰ বুকুত জন্মলৈ
আজি মই ধন্য 
সেয়ে,হে প্ৰভু
আপোনাক প্ৰনাম জনাইছো।


                   ✍️দীপক বড়ো

©dipak boro #OneSeason
3751a843802435848cdafacb87825b1d

dipak boro

        মধ্যবিত্ত

হয়,মই মধ্যবিত্ত 
মনত বহু‌ সপোন ৰাখি
কলেজলে বুলি গৈ আছো।
হয়টো প্ৰয়োজনৰ স্বাৰ্থত, 
কেতিয়াবা হাজিৰা ঠিকাও কৰিছো।
কিন্তু,কি কৰো!
উপায়টো নাই,যাবই লাগিব
যিহেতু মনত সীমাহীন সপোন।
সপোনবোৰেটো সপোন দেখুৱাই
গৈয়ে থাকিব........
দিথকবৰো যে ইমান স্বাৰ্থপৰ
অলপো কাষেই নাচাপে!
কেতিয়াবা মন যায়
সকলো এৰি গুচি যাবলে।
কিন্তু নাই,মিছলিয়া সপোনবোৰে
আকৌ ৰবলে বাধ্য কৰাই।
                   
                        দীপক বড়ো

©dipak boro

3751a843802435848cdafacb87825b1d

dipak boro

        মধ্যবিত্ত

হয়,মই মধ্যবিত্ত 
মনত বহু‌ সপোন ৰাখি
কলেজলে বুলি গৈ আছো।
হয়টো প্ৰয়োজনৰ স্বাৰ্থত, 
কেতিয়াবা হাজিৰা ঠিকাও কৰিছো।
কিন্তু,কি কৰো!
উপায়টো নাই,যাবই লাগিব
যিহেতু মনত সীমাহীন সপোন।
সপোনবোৰেটো সপোন দেখুৱাই
গৈয়ে থাকিব........
দিথকবৰো যে ইমান স্বাৰ্থপৰ
অলপো কাষেই নাচাপে!
কেতিয়াবা মন যায়
সকলো এৰি গুচি যাবলে।
কিন্তু নাই,মিছলিয়া সপোনবোৰে
আকৌ ৰবলে বাধ্য কৰাই।
                   
                        দীপক বড়ো

©dipak boro

3751a843802435848cdafacb87825b1d

dipak boro

        মধ্যবিত্ত

হয়,মই মধ্যবিত্ত 
মনত বহু‌ সপোন ৰাখি
কলেজলে বুলি গৈ আছো।
হয়টো প্ৰয়োজনৰ স্বাৰ্থত, 
কেতিয়াবা হাজিৰা ঠিকাও কৰিছো।
কিন্তু,কি কৰো!
উপায়টো নাই,যাবই লাগিব
যিহেতু মনত সীমাহীন সপোন।
সপোনবোৰেটো সপোন দেখুৱাই
গৈয়ে থাকিব........
দিথকবৰো যে ইমান স্বাৰ্থপৰ
অলপো কাষেই নাচাপে!
কেতিয়াবা মন যায়
সকলো এৰি গুচি যাবলে।
কিন্তু নাই,মিছলিয়া সপোনবোৰে
আকৌ ৰবলে বাধ্য কৰাই।
                   
                        দীপক বড়ো

©dipak boro

3751a843802435848cdafacb87825b1d

dipak boro

মধ্যবিত্ত

হয়,মই মধ্যবিত্ত 
মনত বহু‌ সপোন ৰাখি
কলেজলে বুলি গৈ আছো।
হয়টো প্ৰয়োজনৰ স্বাৰ্থত, 
কেতিয়াবা হাজিৰা ঠিকাও কৰিছো।
কিন্তু,কি কৰো!
উপায়টো নাই,যাবই লাগিব
যিহেতু মনত সীমাহীন সপোন।
সপোনবোৰেটো সপোন দেখুৱাই
গৈয়ে থাকিব........
দিথকবৰো যে ইমান স্বাৰ্থপৰ
অলপো কাষেই নাচাপে!
কেতিয়াবা মন যায়
সকলো এৰি গুচি যাবলে।
কিন্তু নাই,মিছলিয়া সপোনবোৰে
আকৌ ৰবলে বাধ্য কৰাই।
                   
                        দীপক বড়ো

©dipak boro

3751a843802435848cdafacb87825b1d

dipak boro

প্ৰেম মিলন

অচীন পৰ্বতীয়া
প্ৰকৃতিৰ বাগিচাত,
তোমাৰ সতে ফুৰিমগৈ।
হাতে হাত ধৰি 
দুয়ো ওমলি জামলি, 
গাই যাম প্ৰেমৰ গান।
টিপছি্ চৰাইটিয়ে
গছৰ আৰত পৰি,
জোকাব আমালে চাই।
পছোৱা জাকেও
আমাৰ সুৰতে সুৰ মিলাই
খেলিব ধূলিৰ খেল।
লাজে লাজে কাষ চাপি
দুহাতে সাবতি মৰম দিবাহি,
তুমি, বুকু উজাৰি।
ওঁঠত ওঁঠ ৰাখি
দৃশ্যহীন হৈ,
বিলিন হম ময়ো
তোমাৰেই ওঁঠৰ পৰশত।
          
                                            দীপক বড়ো

©dipak boro

3751a843802435848cdafacb87825b1d

dipak boro

বৰ্ষাৰণ্য

এটি শৰৎৰ সন্ধিয়া
চাৰিওকাষে বিশাল ঘন বননি;
গছ গছনিবোৰ বতাহৰ কোবত 
হালিছে জালিছে।
বননিৰ নানান ফুলবোৰেও
সুগন্ধি বিলাই ফুৰিছে।
মৌ পৰশা চৰাইবোৰ
গছৰ আৰত উৰুলি দি;
সন্ধিয়াৰ বাতৰি বিলাইছে।
ছিৰিপ্ ছিৰিপ্ বৰষুণৰ
ক্ষীণ ক্ষীণ টোপালবোৰ
গছৰ পাতত সৰি জিলিকিছে;
দেখাত যেন মুকূটাৰ ফুট।
ঘন বননিৰ পাতৰ মাজেৰে
নিগৰি অহা ক্ষীণ পোহৰবোৰ;
বৰষুণৰ টোপালত পৰি
ছিক্  মিকাইছে।
বোৱতী নদীৰ দাঁতীত
ক্ষুদ্ৰ ক্ষুদ্ৰ বননিয়ে
নিৰল বতাহৰ কোবত
নাছি উঠিছে।
লাহে লাহে চাপি অহা
ঘোৰ আন্ধাৰ জাকে;
বননিৰ পশু পশীক বাসগৃহলৈ
এফালৰ পৰা খেদি নিছে।

                        দীপক বড়ো

©dipak boro

3751a843802435848cdafacb87825b1d

dipak boro

gsjskdmdbxdnnd
bxndnmd
bxbxnd
bsbsndd
vzbbe

bsbdbd

©dipak boro

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile