Nojoto: Largest Storytelling Platform
mousumiborah5007
  • 2Stories
  • 2Followers
  • 7Love
    0Views

Mousumi Borah

  • Popular
  • Latest
  • Video
48a8ac95b0240d4abbd89a1efb409230

Mousumi Borah

একাপ গৰম চাহ বা পানীত যেনদৰে চেনি খুউব সহজেই গলিব পাৰে, নাৰীয়েও হাজাৰ কষ্ট প্ৰাপ্তিৰ পিছত আপোনজনৰ এষাৰ মাত্ৰ মৰমসনা মাত বা উমাল বাহুবন্ধনত নিজকে গলাই পেলাব পাৰে। সৰ্বাংগ সুখানুভৱৰ নিৰ্লিপ্ত সেই তৃষ্ণা নাৰীয়ে বাৰে বাৰে পূৰাব বিচাৰে॥

              
          ✍_অনুভৱত মৌচুমী ২/৪/২০২০

২/৪/২০২০

48a8ac95b0240d4abbd89a1efb409230

Mousumi Borah

নিজস্বতাক হেৰুৱাই কাৰোবাৰ সংগী হবলৈ যোৱা অাৰু নিমন্ত্ৰণ অবিহনে ভোজলৈ যোৱা একেই কথা। আত্মসন্মান যায় যেতিয়া ইতিকিং ও ঠাট্টাৰ বাঢ়নিৰ কোব খাব লগা হয়॥ Self quota

Self quota


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile