Nojoto: Largest Storytelling Platform
rashmiandbontisi5009
  • 57Stories
  • 494Followers
  • 979Love
    24.1KViews

Bonti Das

शिव प्रेमी ❤️

  • Popular
  • Latest
  • Video
4d938034047af595160e15ca3557154e

Bonti Das

orange string love light হৃদয়খন ব্যাকুল হৈ পৰিছে
তেওঁক পোৱাৰ আশাৰে,
আহিব জানো তেওঁ
মোৰ এই ব্যাকুলতা দূৰ কৰিবলে ।

©Bonti Das
  #lovelight
4d938034047af595160e15ca3557154e

Bonti Das

Sea water मुझे वो हर सपने पूरे करने है

जो मैने इन खुली आंखों से देखा है।

©Bonti Das
  #Seawater
4d938034047af595160e15ca3557154e

Bonti Das

নিসংগতা
 ----------------

নিসংগতা মোৰ প্ৰিয় হৈ পৰিছে ।

নিসংগতাই মোক নিজক চিনি  পাবলৈ শিকাইছে,

নিসংগতাই মোক নিজৰ লগত সময় অতিবাহিত কৰিবলৈ শিকাইছে,

এই নিসংগতাই মোক নিজক ভাল পাবলৈ শিকাইছে,

নিসংগতা মোৰ প্ৰিয় হৈ পৰিছে ।

নিসংগতাই মোক বাস্তৱ আৰু কাল্পনিক পৃথিৱীখনৰ পাৰ্থক্য বুজাইছে,

নিসংগতাই মোক মুখা পিন্ধা মানুহৰ লগত পৰিচয় কৰাইছে,

এই নিসংগতাই মোক অকলে থকাৰ অনুপ্ৰেৰণা যোগাইছে,

নিসংগতা মোৰ প্ৰিয় হৈ পৰিছে ।

নিসংগতাই মোক জীৱন যাত্ৰাত সাহসেৰে খোজ দিবলৈ শিকাইছে,

নিসংগতাই মোক অকলশৰেই যুঁজিবলৈ শিকাইছে,

এই নিসংগতাই যেন মোক দুবাহুত আঁকোৱালি লৈছে,

সেয়েহে এই নিসংগতাক মোৰ আপোন যেন লাগিছে,

নিসংগতা‌ মোৰ প্ৰিয় হৈ পৰিছে


                                                              

                                                      


                                       - বন্তি

©Bonti Das নিসংগতা
#ChaltiHawaa

নিসংগতা #ChaltiHawaa #Poetry

4d938034047af595160e15ca3557154e

Bonti Das

মোৰ এখন কাল্পনিক পৃথিৱী আছে আৰু সেই কাল্পনিক পৃথিৱী খনত মই এগৰাকী কবি 🥀❤️

©Bonti Das #ballet
4d938034047af595160e15ca3557154e

Bonti Das

Shree Ram मेरे राम जी आएंगे तो
 मेरे जीवन में ढेर सारी खुशियां लाएंगे❤️

©Bonti Das #shreeram
4d938034047af595160e15ca3557154e

Bonti Das

আহিব  এদিন
=============

ৰৈ থাকিম মই সেই বাটত,
যি বাটেৰে আপুনি আহিব এদিন।

লৈ যাবহি মোক আপোনাৰ সেই পৃথিৱীখনলৈ,
যিখন পৃথিৱী হ'ব মোৰ বাবে একেবাৰেই নতুন।

যাৰ নতুনত্বই দিব মোক এক নতুন পৰিচয় ,
যি পৰিচয়ে নাম দিব মোক আপোনাৰ অৰ্ধাঙ্গিনীৰ।

সেই পৰিচয়ে যেন গঢ়িম মই এক নতুন জীৱন,
যʼত বিলীন হ'ম মই মাথোঁ আপোনাৰেই নামত ।

আহিব এদিন.............💙

ৰৈ থাকিম মই মোৰ জীৱনৰ অন্তিম ক্ষণলৈ সেই বাটত,
যি বাটেৰে আপুনি আহিব এদিন।

                                


                                            বন্তি🖊️
                                           _________

©Bonti Das আহিব এদিন 💙

আহিব এদিন 💙 #Poetry

4d938034047af595160e15ca3557154e

Bonti Das

आप मुझे इस तरह मिल जाए की में हर जनम आपका हो जाओ💙

©Bonti Das #tumaurmain
4d938034047af595160e15ca3557154e

Bonti Das

जो चाहा अगर वो नही मिला तो यकीन रखो उस रब पे, 
वो जब देगा तो बेहतर नहीं बेहतरीन देगा

©Bonti Das #WoRasta
4d938034047af595160e15ca3557154e

Bonti Das

আপোন বান্ধৱী
                                                   -------------------

                                                     মোৰ সুখ-দুখৰ লগৰী,
                                                                           তই মোৰ মৰমৰ বান্ধৱী।
                                                            মোৰ এই সৰু পৃথিৱীখনৰ,
                                                                                  তই এজনী আপোন ছোৱালী।
                                                                        তোৰ অনুপস্থিতিত মই যে অসম্পূৰ্ণ,
                                                                              সেইয়া তই সদায় মনত ৰাখিবি ।
                                                        জীৱন বাটত থমকিবলৈ লওঁতে
                                                                             যিদৰে তই আগুৱাই নিছিলি,
                                                           ঠিক সেইদৰে তই মোৰ প্ৰতিটো খোজত,
                                                                            সাহস হৈ থাকিবি।
                                                   মোৰ সুখ-দুখৰ লগৰী,
                                                                          তই মোৰ চেনেহৰ বান্ধৱী।
                                                                তোৰ মোৰ বন্ধুত্বৰ এনাজৰী ডাল
                                                                             তই সদায় মজবুত কৰি ৰাখিবি,
                                                                        ভগৱানৰ পৰা পোৱা তই মোৰ এটি
                                                                           মূল্যবান উপহাৰ ছোৱালী,
                                                                     তই মোৰ লগত সদায় থাকিবি‌।
                                              মোৰ সুখ-দুখৰ লগৰী,
                                                                         তই মোৰ আপোন বান্ধৱী।


                                                                                                             বন্তি
                                                                                                            -----------

©Bonti Das আপোন বান্ধৱী 💙 
#friend❤ #best_Friend_forever #Yaari

আপোন বান্ধৱী 💙 friend❤ #best_Friend_forever #Yaari #Poetry

4d938034047af595160e15ca3557154e

Bonti Das

यह दिल क्यों तमन्ना रखते है उसे पाने की 
जिसके में काबिल नही ।

©Bonti Das
  #GuzartiZindagi
loader
Home
Explore
Events
Notification
Profile