Nojoto: Largest Storytelling Platform
nabajoon3297
  • 13Stories
  • 2Followers
  • 71Love
    352Views

Nabajoon

winner🏆🎉🏆

  • Popular
  • Latest
  • Video
4e25dd0169c139a0ca1892c011ae858a

Nabajoon

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ কবিতা আবৃত্তি

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ কবিতা আবৃত্তি #Poetry

4e25dd0169c139a0ca1892c011ae858a

Nabajoon

4e25dd0169c139a0ca1892c011ae858a

Nabajoon

4e25dd0169c139a0ca1892c011ae858a

Nabajoon

poem..... Moi Agnisambhuta Jaigyasini

poem..... Moi Agnisambhuta Jaigyasini

4e25dd0169c139a0ca1892c011ae858a

Nabajoon

4e25dd0169c139a0ca1892c011ae858a

Nabajoon

4e25dd0169c139a0ca1892c011ae858a

Nabajoon

#LOVEGUITAR
4e25dd0169c139a0ca1892c011ae858a

Nabajoon

#rain barish
4e25dd0169c139a0ca1892c011ae858a

Nabajoon

কবিতা -   মই আজিৰ আধুনিক নাৰী


অসমীয়া বেশভূষাৰে সজ্জিত 
মই আধুনিক নাৰী
প্ৰকৃতিৰ দৰে সলাও মই
মোৰ বেশভূষা
বহাগৰ বিহুটিত বিহু নাচি
উজাগৰ কৰো মোৰ 
অসমীয়া হোৱাৰ গৌৰৱ

                                                   সেইহে মই আজিৰ আধুনিক নাৰী। 

নাৰীৰ মাজত নাৰী হৈ  
ভালপাওঁ মই থাকি
বিশ্বাস আৰু ভালপোৱাৰ মাজত
 বাস কৰো মই
কিছু মৰমৰ সহ্য আৰু
সমাজৰ অসৎ কাৰ্য্যক 
ধিক্কাৰ দিও মই

                                                    সেইহে মই আজিৰ আধুনিক নাৰী। 

বয়স হলেও কোৱা হয় 
এইয়া যে তোমাৰ বিবাহৰ সময় পাৰ হ'ল
বিবাহৰ পাছৰ সময়ছোৱা যেন মাত্ৰ 
এটি সন্তান জন্মৰ যন্ত্র 
এই কিছু সমাজৰ কথা
ভ্ৰুক্ষেপ নকৰো মই
তথাপিও ভালপাওঁ দেৱশিশুৰ 
লগত উমলিবলৈ


                                                  সেইহে মই আজিৰ আধুনিক নাৰী। 

সন্তান নথকা গৰাকীক নিঃসন্তান বুলি উপলুঙা 
কৰাবোৰক কও মই 
তেওঁতো এগৰাকী গৃহিনী
যিয়ে তিনি-চাৰিটি পৰিয়াল
 লালন-পালন কৰা 
এগৰাকী দায়িত্বশীল মাতৃ       

                                                 সেইহে মই আজিৰ আধুনিক নাৰী। 

পতিৰ মৰমৰ পত্নীৰ লগতে বান্ধৱী  
প্ৰেমিকা হেলেনা জনিটো মইয়েই 
সম্পূর্ণ সংস্কাৰ আৰু সন্মানৰে বিভূষিত
পত্নী জনীও মই

                                                 সেইহে মই  আজিৰ আধুনিক নাৰী। 

বৃদ্ধ পিতৃ-মাতৃক দিয়া মৰম আৰু 
দায়িত্ববোৰ নিয়াৰিকৈ কৰি যোৱা
মই এগৰাকী বোৱাৰীৰ লগতে
তেওঁলোকৰ লগত
ফুৰ্তি কৰা চঞ্চলা জী জনিও মই

                                              সেইহে মই আজিৰ আধুনিক নাৰী। 

সন্তানৰ লগত সমবয়সীয়া হৈ ঘূৰি ফুৰি
মনৰ কথা পঢ়িব পৰা 
মাতৃ গৰাকীও মই
চাদৰৰ উমাল আঁচলখনৰ লগতে
চুৰিদাৰযোৰৰ দুপাত্তাখনৰ
আকুলতাও মই

                                           সেইহে মই  আজিৰ আধুনিক নাৰী। 


 ৰচনাকাৰ-  জোনমনি দত্ত পটঙ্গিয়া #alone freedom life
poem- moi ajir adhunik naree

#alone freedom life poem- moi ajir adhunik naree

4e25dd0169c139a0ca1892c011ae858a

Nabajoon

#Love poetry

#Love poetry

loader
Home
Explore
Events
Notification
Profile