Nojoto: Largest Storytelling Platform
sanchitabora9588
  • 55Stories
  • 43Followers
  • 882Love
    15.0KViews

Sanchita Bora

কৈ ভাল পাঁও , মাথো শুনা মানুহৰ অভাৱ ‌😁❤️❤️❤️ সেউজীয়াৰ আজন্ম অনুৰাগী 🍃🍃

  • Popular
  • Latest
  • Video
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

#RomanceMusic happy 😊
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

#HappyStorytelling #Happy #Love
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

#Smooth
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

तुम साथ हों तो जिंदगी हैं

©Sanchita Bora #couples
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

সেউজৰ আজন্ম অনুৰাগী

©Sanchita Bora #tigershroff
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

আমাৰ সম্পৰ্কটো‌ শাশ্বত হঁওক , 
সেউজীয়াবোৰে বুকুত ঘৰ সাজক , 
আৰু আচল‌ কথাটো ‌কি জানা ..???
অভিমানবোৰ হাঁহি হঁওক , প্ৰশান্তিৰ হাঁহি 🤭🥰🍀🍃🥰

©Sanchita Bora #KiaraSid
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

হোষ্টেলৰ বুকুত উমলি অহা মানুহচামে কঢ়িয়াই ফুৰে হাজাৰটা শব্দয়ো ব্যক্ত কৰিব নোৱাৰা কাহিনী।যি কাহিনীত থাকে ভঙা-গঢ়াৰ ইতিহাস,ঘৰৰ পৰা আতঁৰত থকাৰ হুমুনিয়াহ,পৰিয়াল হৈ পৰা ৰুমমেটক এৰি যোৱাৰ বিষাদ!জীৱনৰ আন এটা অধ্যায়,পাহৰিব নোৱাৰা অথবা সোৱৰণিত পুঁতি পেলাব নোৱাৰাকৈ হৃদয়ৰ ভাঁজত খাজ খাই থকা অধ্যায়।

এইবোৰ শেষ নোহোৱা কথা,
মাত্ৰ দুচকু জপাই সেই মুখকেইখন মনত পেলাব পাৰি,স্মৃতিৰ টোপোলাটো মেলি লৈ চকুলো সেমেকাব পাৰি।🌻

©Sanchita Bora #scienceday
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

নিজক বেলেগকৈ চাঁও মই ....
মোৰ‌ কি কি নাই খুচৰাতকৈ কি কি আছে তাত গুৰুত্ব দিও মই .....
মই ‌মোৰ অনুৰাগী , মই সেউজ পৃথিৱীৰ একস্বত্তী সম্ৰাজ্ঞী 🌿🍃🍃🍃

©Sanchita Bora #MemeBanao
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

ফাগুনৰ প্ৰথমজাক বৰষুণত আজি তিতিলো,
দুহাত মেলি অনুভৱ কৰিলো প্ৰতি টোপাল মুকুতা মনিৰ কোমল স্পৰ্শ ...
সজীৱতাৰ আলিংগনে কৰি তুলিলে মন প্ৰফুল্লিত..

©Sanchita Bora #MemeBanao
6013c29a70462f74b5f664e8bbd3e148

Sanchita Bora

চুলিত ৰূপালীৰ ৰহণ সনা বয়সলৈকে লগত থাকিম বুলি কথা দিয়া 
ছোৱালীজনীৰ আজি জন্মদিন । তোমাৰ ভৱিষ্যত জীৱনটো সুন্দৰ হঁওক, জীৱনৰ কাঁইটীয়া পথবোৰ সেন্দুৰীয়া হঁওক । 

সদায় লগত থাকিম বুলি কথা নিদিও , কিন্তু তোমাৰ প্ৰতিটো সুখ-দুখত  তোমাৰ কাষত থিয় দি থাকিবলৈ চেষ্টা কৰিম । 
সদায় ধুনীয়াকৈ হাঁহি থাকা আৰু জীৱনটো উপভোগ কৰা

©Sanchita Bora
loader
Home
Explore
Events
Notification
Profile