Nojoto: Largest Storytelling Platform
luckygogoi8916
  • 15Stories
  • 23Followers
  • 62Love
    86Views

Lucky Gogoi

  • Popular
  • Latest
  • Video
61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

#PulwamaAttack সেউজীয়া জীৱনৰ অনুপম সপোনৰ 
কি যে এই প্ৰমানুভূতি ,
প্ৰেমৰ দিনটোৰ অন্তত ,
বাৰে বাৰে মনলৈ আহি থকা কথাকেইটাকে 
কও  শুনা ,,

হৃদয়ৰ উঠা নমাবোৰ ৰ 
শাত পৰি ৰয় তোমাৰ নামতে।।
জীৱনৰ প্ৰতিটো পল , তোমাৰ মৰমৰ বিশালতা খিনিক সাৱটিব পৰাকৈ 
যেন যোগ্য হব পাৰো।।

তোমাৰ এজাৰবুলীয়া দুখৰ চকুলোবোৰ নাইকিয়া কৰিব পৰাকৈ যেন নিজক 
সজাই তুলিব পাৰো ।।
দুহাতৰ বুলনিত হৃদয় ৰ বিশালতা যে সোমাই 
থাকে তাক অনুভৱ কৰিব পাৰো।।

অনন্তকাললৈ ভালপোৱাৰ বীজেৰে 
হৃদয়ৰ উপচাব পৰাকৈ 
যেন যোগ্য হব পাৰো।।
_ lucky
61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

যিমান  দূৰলৈকে মোৰ উশাহে 
চিনে বাট ,
সিমান দূৰলৈকে মোক তোমাৰ 
বুকুত সযতনে ৰাখিবা।।

বাটৰ শেষত বুজন বুকুৰ 
ওজন চিনিবলৈ 
আকাশ আৰু সাগৰৰ হাতত 
তোমাক গতাই থৈ যাম।।।
♥♥♥

61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

তোমাৰ ভাৱনাই যেতিয়া 
      লুকা ভাকু খেলে,
                 অনুভৱবোৰ মোৰ হাহি হৈ সৰে।।    
তোমাৰ শব্দ ৰ অভিমানী         
                 পৰশত    প্রান পাই উঠে  
                    এটি শব্দ বিহীন  
                        কবিতা।।
                           ❤❤

61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

মোৰ বুকুৰ গ্ৰীষ্ম জোনাকত 
জিৰণি লোৱা তুমি যেন
প্রেমৰ এখনি নীলাভ আকাশ,

মাদকতা ভৰা প্রয়াসেৰে ৰৈ 
যায় সকলো তোমাৰ ঠিকনাত,,

কি ভাল লাগে জানা 
তুমি আৰু তোমাৰ কথাবোৰ।।
নিৱিড় নিশা শীতৰ জঠৰ 
 
কোলাত . 
প্রেমময় হৃদয় ৰ নিশ্বাসবোৰ।।।
তোমাৰ হেপাঁহবোৰত মোৰ 
উপস্থিতি বোৰ।।
মোৰ বুকুত বিয়পি পৰা তুমি তুমি
ভাৱবোৰ।।।
--lucky

 

--lucky

61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

My dear poem অনুভঁৱৰ পাতখিলাত 
আমাৰ সেউজ সপোনৰ 
অবগুন্ঠিৱৰ চিৰবতমান ত 
সময়বোৰ যেন 
গৈ আছে এনেদৰেই,,,,,,,,

এটি মিঠা ৰদ'ৰ ঘূৰণীয়া পদূলিত 
আকৌ আজি থিয় দিছেহি 
জীৱনৰ ৰাগীৰে লিপিবদ্ধ 
নববর্ষটি 
ফুলাম হাঁহিৰ অলংকাৰে যেন সকলো 
প্রাতন্ত হৈ উঠে
তাৰ কামনাৰে 
শুভ নববর্ষ--
-lucky

61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

এই যে এটি মূহুর্তৰ বাবে নীৰৱ হৈ যাও 
কিমান যে ভাল লাগে নহয় নে।।।
মোবাইল ৰ ডিসপ্লে ত   ভাহি উঠা সেই মোহাচ্ছন্ন হাহিৰ
ছবি খনিয়ে
ৰাতিৰ নিৰৱতা,,তোমাৰ নিৰৱতা,আৰু মোৰ নীৰৱতা ক
আৰু সজীব কৰি তুলে।।।
শব্দ ৰে নহয়,আলফুলিয়া উশাহ বোৰে 
দি যায় এক অবুজ শিহৰন।।।।


-লাকী।।। hihoron

hihoron

61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

তোমাতেই দেখো মই মানৱীয় প্রেম ৰ
এখনি নীলাভ আকাশ ।।
হৃদয় ৰ স্পন্দন 
যদিও হয় উদমাদ,,
প্রকাশ ৰ বাবে যেন শব্দ ৰ অভাৱ
❤❤❤ ❤❤❤

❤❤❤

61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

It's your love that, when we first meet..
In front of you..
I see your face
I found your voice..

That's smile...
In a moment,I don't know why the heartbeat grows up...

I talk to you...
I show myself intense
smile soundlessy like a fool.
That's moment,both became cool and calm.

Only heartbeat crowds...
I don't know what I felt...
behave you fearlessly...
6.10.2019

61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

তোমাক সজাই দিলো মোৰ হৃদয়ৰ ভাৱনাত।।
অজানিতে প্রেমত পৰিলো তোমাৰ মৌন ব্যক্তিত্বৰ।।
সময় ৰ কথা নামানি যেতিয়া তোমাৰ মাত টো শুনি পাও 
মইজনী চোন হেৰাই যাও তোমাৰ মাজত।।

প্রিয় হৈ পৰিছে জানা তোমাৰ মৌন ব্যক্তিত্ব।।
তুমি নাজানিবা হয়তো,,,তোমাৰ হাহি ৰ মাজতে
মোৰ ভৱিষ্যতৰ ৰঙ বোৰে পোখা মেলিছে।।।
দুয়ো এনেকৈ জীবনটোক সজাই তুলিম  দিয়া।।।
--           -- লাকী।।

61a3165b54f2b087dbc5c3f68d4ddfdd

Lucky Gogoi

When we first met, In Front You
I just see you
find your voice....
Your smile ❣
In a moment I don't know why the heartbeat  grows up....❣❣

I talk to you
I show myself intense
smile only soundlessly like a fool
💖

That's moment both are cool and calm...only heartbeat cowards.... 

Don't know what I feel ❣❣ behave you fearlessly

😊😊 #met
loader
Home
Explore
Events
Notification
Profile