Nojoto: Largest Storytelling Platform
assameseentertai8962
  • 11Stories
  • 149Followers
  • 107Love
    1.3KViews

Mizan

😍😍😍😍😍😍😍

  • Popular
  • Latest
  • Video
6c03942a525900baf28fdd3265b60485

Mizan

বন্ধুত্ব.. .

#মিজান

বন্ধুত্ব.. . #মিজান #nojotovideo

6c03942a525900baf28fdd3265b60485

Mizan

বৰষুন.. .

বৰষুন.. .

6c03942a525900baf28fdd3265b60485

Mizan

Just Try.. .

Just Try.. .

6c03942a525900baf28fdd3265b60485

Mizan

Sad Poem.. .

Sad Poem.. .

6c03942a525900baf28fdd3265b60485

Mizan

It's Too Short Na.. .

It's Too Short Na.. .

6c03942a525900baf28fdd3265b60485

Mizan

Akdom Suddenly Bonai Dilu.. .

Akdom Suddenly Bonai Dilu.. .

6c03942a525900baf28fdd3265b60485

Mizan

My Worst Poem.. .
#Mizan

My Worst Poem.. . #Mizan

6c03942a525900baf28fdd3265b60485

Mizan

So Sad.. .

So Sad.. .

6c03942a525900baf28fdd3265b60485

Mizan

প্ৰতিক্ষা.. .
🖎সেখ মিজানুৰ ৰহমান✍
এই জনমৰ
আধুৰুৱা মৰম
পাৰিবা নে পুৰাব
কোনোবা জনমত।
হয় যদি আমাৰ 
পুনৰ জনম।
এই জনমত দিব নোৱাৰা
বুকুৰ মৰম
পাৰিবা নে অহা জনমত।
হয় যদি আমাৰ পুনৰ জনম।
শিলৰ দৰে হিয়া তোমাৰ 
হবনে কমল কেতিয়াবা.. .
মোৰ বাবে উথলি উঠিব নে
হিয়াত মৰম তোমাৰ।
জনমে জনমে কৰিম প্ৰতিক্ষা
তোমাৰ এধানি মৰমৰ আশাত।
(ক্লাছ টেনত পঢ়ি থকা সময়ত মই লিখা এটা অ-কৱিতা) Beya Hoise Bohut.. .

Beya Hoise Bohut.. .

6c03942a525900baf28fdd3265b60485

Mizan

কল্পতৰু।

🖎🖎🖎মিজান✍✍✍

              বাস্তৱৰ কঠোৰতাত 
                     সময়ৰ আহ্বান।
              জীৱনৰ ঘাত প্ৰতিঘাতত
                    আঘাত প্ৰাপ্ত হৃদয়।
কাহানিবাই নুমাই থকা 
         সোপোনৰ শলিতা ডাল
আজি জাগ্ৰত।

                      লক্ষ্য বহু দুৰ জীৱনৰ।
                      মহা মহা মানৱৰ জীৱনৰ চানেকিৰে         
                      গঢ়িব বিচাৰো মোৰ জীৱন।

কল্পতৰুৰ জগতত শব্দ বোৰ আজি আউল বাউল।
সোপোন বোৰৰ নিজস্বাত হৃদয় খনে হাহিছে।
ই জানো কোনো পঞ্চতন্ত্রৰ সাধু?

loader
Home
Explore
Events
Notification
Profile