Nojoto: Largest Storytelling Platform
manashprotim1388
  • 46Stories
  • 23Followers
  • 384Love
    27Views

Aanch

Assamese,Indian

  • Popular
  • Latest
  • Video
8825fe7af1dcf1f87128b4ccf682882b

Aanch

সমস্যা শূন্য পকেটৰ নহয়
লাখটকীয়া সপোনৰ বাবেহে

~Aanch #lonely

10 Love

8825fe7af1dcf1f87128b4ccf682882b

Aanch

"ধুনীয়া" শব্দটো তেঁও বা সেই বস্তুটোৰ ওপৰত নিৰ্ভৰ নহয় যাৰ বাবে আচলতে কোৱা হয়, সেইজনৰ ওপৰতহে নিৰ্ভৰ যাৰ দৃষ্টিত সেই শব্দটোৰ জন্ম হয় ।  Everyone is beautiful  in front of the right person. #Ring

8 Love

8825fe7af1dcf1f87128b4ccf682882b

Aanch

তাইতকৈ ভাল পাম
 বুলি ভৱা সুখবোৰে 
তাইক নোপোৱা
 দুখবোৰ  পুৰাব
পাৰিব জানো  ?? #Dark

8 Love

8825fe7af1dcf1f87128b4ccf682882b

Aanch

ভাগৱত খনক যিমান সন্মান কৰে
সেই একেই সন্মান আপুনি পঢ়া
বিজ্ঞানৰ কিতাপখনকো কৰক
আৰু বিজ্ঞানৰ কিতাপখনৰ জ্ঞানবোৰ
যেনেকৈ ব্যৱহাৰিক জীৱনত ব্যৱহাৰ কৰে তেনেকৈয়ে ভাগৱতখনৰ প্ৰত্যেকটো জ্ঞান
প্ৰকৃত জীৱনত ব্যৱহাৰ কৰক!
সময় আৰু জীৱন দুয়োতাই সলনি হ'ব । #sunrays

6 Love

8825fe7af1dcf1f87128b4ccf682882b

Aanch

আজি কালি এনেকোৱা 
অনুভৱ হ'বলৈ লৈছে
যেন নিজক লৈ Plan
কৰা অধিকাৰবোৰ  
কেতিয়াবাই হেৰুৱাই পেলাইছো #AloneInCity
8825fe7af1dcf1f87128b4ccf682882b

Aanch

সকলো ৰজাৰ পিছত
 দৌৰী ৰাণী হোৱাৰ প্ৰতিযোগিতাত ! 
প্ৰকৃত ৰাণী সেইগৰাকীহে 
যাৰ সান্নিধ্যত এজন সাধাৰণ
 লোক ৰজা হৈ উঠিব । #Love

8 Love

8825fe7af1dcf1f87128b4ccf682882b

Aanch

সময় কঙালীৰ হ'লেও,
আশাৰ সোঁত নদীৰ দৰে বয় ।
সময় আন্ধাৰৰ দানৱৰ হ'লেও,
সাহসবোৰ বন্তিৰ পোহৰতে 
জিলিকি ৰয় ।
এইয়াইটো আমাৰ গৌৰৱ,
আমাৰ উৎসৱ-পাৰ্বন 
কঙালীৰো হয় ।


 কাতিবিহুৰ হিয়াভৰা শুভেচ্ছা ‍
আৰু শুভ কামন‍া জনালো

8 Love

8825fe7af1dcf1f87128b4ccf682882b

Aanch

এই যে তুমি বাৰে বাৰে হাৰি থকা 
কাহিনীবোৰ  কাৰোবাৰ আগত 
প্ৰকাশ কৰিলে তুমি 
হাঁহিয়তাৰ পাত্ৰ হৈ যোৱা আৰু 
দুখী আত্মা, দেৱদাস,ট্ৰেজেদি কিং 
ইত্যাদি ইত্যাদি উপাধিবোৰেৰে 
তোমাকচহকী কৰি তোলে;
 বিশ্বাস ৰাখা যিদিনা সফল হ'বা 
সেই একেইবোৰ কাহিনীয়েই 
কোনোৱা বিফল ব্যক্তিৰ 
সফলতাৰ যাত্ৰাত সাহস হৈ থিয় দিব ।
Be an inspiration  to others and
 that is the biggest success  
a man can achieve  in his whole life. #fog

10 Love

8825fe7af1dcf1f87128b4ccf682882b

Aanch

আশা এটাই !
আজিৰ বিফলতাবোৰ এদিন CELEBRATE কৰিম 
কিবা-কিবি ANNIVERSARY  ৰ নাম দি । #Darknight
8825fe7af1dcf1f87128b4ccf682882b

Aanch

তেঁও চিধাকৈ ভাৱিছিল,
অভিমান বোৰক খং বুলি মানিছিল,
চকুলো বোৰক মই দিয়া বিষ বুলি চিনাকী দিছিল ।
হয় তেঁওৰ মৰমবোৰৰ মাজত মই অভিমান বিচাৰিছিলো,
কেতিয়াবা তেঁওৰ চকুলোবোৰৰ কাৰণ মই হ'ব খুজিছিলো,
মাত্ৰ মই ভৱাৰ দৰে বুজাব নোৱাৰিলো !
যে তেঁওৰ অভিমান ভাঙি চকুলো মুচাৰ আমেজ কেৱল মই   লোৱাৰ অপেক্ষা  আছিলো ।

                 ~অণ্স্ #brothersday
loader
Home
Explore
Events
Notification
Profile