Nojoto: Largest Storytelling Platform
rjsaikia8533
  • 7Stories
  • 0Followers
  • 3Love
    59Views

Rj Saikia

  • Popular
  • Latest
  • Video
89973da1c727b0277d999d45499d12a9

Rj Saikia

ৱিশাল এখন আকাশ
______________
এখন ৱিশাল আকাশ আৰু সেই
আকাশ খনৰ তলত অনন্য
জীৱ জন্তু আৰু প্ৰাণীৰে
ভৰ পোৰ।
আকাশখনে কেতিয়াও
নিজৰ বিশালতাক লৈ ,
অসংকা কৰা কৰা নাই 
আমিটো মানুহে ।।

©Rj Saikia 
  wow
89973da1c727b0277d999d45499d12a9

Rj Saikia

আজি আকৌ অকলশৰীয়া হৈ পৰিলোঁ।
এইখন বিশাল আকাশৰ তলত সকলোৱেই আছে কিন্তু এনে লাগিছে কোনোৱেই নাই 🥺।
relationship is not  good yaar 🥺
Relationship aokol Homoi luksan korai
It's good
so
parile Aokole dakibo hika...

©Rj Saikia 
  my new kobita

my new kobita #Motivational

89973da1c727b0277d999d45499d12a9

Rj Saikia

Life
___
Sabb ka sat papa bhaiya he
But mera pass koi nahi he.
Life me aoge jane ki bohot mon he
But ja nahi pa rahu.
Aos pata nahi Dil ko
kiya ho giya,
Dil ko itana samja raha hu
lekin Sam's nahi raha he iyar.
Bohot silla silla ke rone ki mon he
lekin ro bi nahi pa raha hu..
Aosa mera satt hi kiu
Ho raha he.....

©Rj Saikia
89973da1c727b0277d999d45499d12a9

Rj Saikia

সময়
___
সময় যি নেকি কেতিয়াও ৰৈ নাথাকে,
নদীৰ পানী যি দৰে কেতিয়াও ৰৈ নাথাকে
থিক সেই দৰে সময়ও 
কেতিয়াও ৰৈ নাথাকে।
ৰৈ থাকে যদি
অকল মানুহৰ সপোনহে ৰৈ থাকে,
আজি জীয়াই আছে
কালি বা কি হৱ
কোনে নো জানে।
সেই বাবেই
বলা জীয়াই থকা দিন কেতা
সকলো লগতে মিলি আগ বাঢ়ি জাও।

©Rj Saikia
89973da1c727b0277d999d45499d12a9

Rj Saikia

তুমি আহিবা বোলি
__________
তুমি আহিবা বোলিএ
মই আজিও ৰৈ আছোঁ,
তুমি এৰি ‌গুছি যোৱা
সেই বাটতে ।
কিজানি তুমি ঘূৰি আহা বোলিয়ে
কিন্তু তুমি ঘূৰি অহা নাই,
এতিয়া মোৰ দেহাই
মোক এৰিব নিবিচাৰিছে।
তুমি আহিবা বোলিএ
আজিও মই পদুলি
মুখলৈ চাও,
কিজানি তুমি আহিবা বোলি ।

তুমি আহিবা বোলি।।।।
Rj saikia

©Rj Saikia 
  hi
89973da1c727b0277d999d45499d12a9

Rj Saikia

মোৰ ভূল
___________
তাই মোক সুধিছিল 😟
তাই মোৰ কিয় আপোন
মই এটাও কাৰণ দশাব নোৱাৰিলো 😒।
তাই আতৰি গ'ল 😔
মই তাইক ভালেই পোৱা
নাছিলোঁ বুলি ,
মইয়ো কথাষাৰ বিনা প্ৰতিবাদ
কৰিয়ে মানি ললো ,
কাৰণ মোৰ ওচৰত যে
 কোনো প্ৰমাণ নাছিল।
সছাকৈয়ে কৈছোঁ
তাই বিনা কাৰণতে মোৰ
আপোন হৈ পৰিছিল।

©Rj Saikia I miss you
#philosophy
89973da1c727b0277d999d45499d12a9

Rj Saikia

miss you

miss you #Life


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile