Nojoto: Largest Storytelling Platform
prachurjyanath2904
  • 6Stories
  • 9Followers
  • 13Love
    3Views

prachurya

  • Popular
  • Latest
  • Video
94395df248b4448d9cfd74c18d2d5950

prachurya

বুজিব পাৰা নাই কিয়!
আজি এটা কবিতা লিখিবৰ মন গৈছে
গভীৰ নিশা অকলে অকলে
জোনাকীৰ কোলাত বহি
হৃদয়ত গুপনকে ৰখা
তোমাৰ কথাৰে।

আজি জোনাকীৰ দেশৰ তৰাবোৰৰ লগত
কথা পাতিবলৈ বৰকৈ মন গৈছে;
তোমাৰ কথা কেৱল তোমাৰ কথা
তৰাবোৰক হৃদয় উজাৰি
কবলৈ মন গৈছে ,মই কৰা
 সেই তিনিবছৰৰ অপেক্ষাৰ কথা।

মোৰ কেনে লাগে জানা 
তুমি মোৰ হৃদয় ফলকৰ
এখনি চিৰস্থায়ী ৰঙীন ছবি
যিখন মচিবলৈ মোৰ হাতত নাই কোনো মাৰ্জনি
নাই কোনো বেলেগ আহিলা
আছে মাথোঁ এক সজীৱ প্ৰেম
সীমাহীন ভালপোৱা
আৰু এক অন্তহীন অপেক্ষা


- হিমান জ্যোতি নাথ

©prachurya #Love

Love #Poetry

3 Love

94395df248b4448d9cfd74c18d2d5950

prachurya

#heaven

30 Views

94395df248b4448d9cfd74c18d2d5950

prachurya

সচাই এয়া মোৰ সপোন নে আন কিবা ? যি সপোনে যোৱা ২টা  
বছৰে মোক বহূতো নজনা কথা বুজালে,কেতিয়াও নভবা কিছু স্মৃতি,কিছু পল । সময়ৰ সূতত বৈ যাব ধৰা এই মিঠা অনুভূতিবোৰ সচাকে বৰ গভীৰ ! হইতো এইয়া আজিও এক অবুজ  মনৰ ভাব আৰু কোনো কোনোৱে কোৱা দৰে কেৱল যৌৱনৰ প্ৰথমটো মনে বিছৰা এটি সম্পৰ্ক যি সদায় নাথাকিবও পাৰে, কেৱল ৰৈ যাব হৃদয়ত থকা অজুত মৰম আৰু ভালপোৱাবোৰ । যিয়ে নহওক ই মোৰ সচা ভাৱনা যিবোৰ ভাৱনাৰ কোনো আদি নাই ,যত আছে কেৱল সচা ভালপোৱা আৰু অনাদিকাললৈ হৃদয়ত ফুলি ৰুৱা এখন প্ৰেমৰ ফুলনি !

3 Love

94395df248b4448d9cfd74c18d2d5950

prachurya

সচাই এয়া মোৰ সপোন নে আন কিবা ? যি সপোনে যোৱা ২টা  
বছৰে মোক বহূতো নজনা কথা বুজালে,কেতিয়াও নভবা কিছু স্মৃতি,কিছু পল । সময়ৰ সূতত বৈ যাব ধৰা এই মিঠা অনুভূতিবোৰ সচাকে বৰ গভীৰ ! হইতো এইয়া আজিও এক অবুজ  মনৰ ভাব আৰু কোনো কোনোৱে কোৱা দৰে কেৱল যৌৱনৰ প্ৰথমটো মনে বিছৰা এটি সম্পৰ্ক যি সদায় নাথাকিবও পাৰে, কেৱল ৰৈ যাব হৃদয়ত থকা অজুত মৰম আৰ ভালপোৱাবোৰ । যিয়ে নহওক ই মোৰ সচা ভাৱনা যিবোৰ ভাৱনাৰ কোনো আদি নাই ,যত আছে কেৱল সচা ভালপোৱা আৰু অনাদিকাললৈ হৃদয়ত ফুলি ৰুৱা এখন প্ৰেমৰ ফুলনি !

3 Love

94395df248b4448d9cfd74c18d2d5950

prachurya

My Life, A one full of grief !
Do you want to hear it in brief ?
My INTROVERSION, source of my pain,
But, anyway that's going in vain !

1 Love

94395df248b4448d9cfd74c18d2d5950

prachurya

My Life, A one full of grief !
Do you want to hear it in brief ?
My INTROVERSY, source of my pain
But, anyway that's going in vain...

1 Love


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile