Nojoto: Largest Storytelling Platform
mannadeka3417
  • 75Stories
  • 17Followers
  • 909Love
    2.3KViews

MANNA DEKA

  • Popular
  • Latest
  • Video
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

কৃষ্ণৰ গুনগান
জগতে শুনিলে
বৃন্দাবনত গোপীসকলক
মায়াৰে মুহিলে

©MANNA DEKA
  #janmashtami
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

হৃদয়ৰ মাজত
থাকা তুমি
সমগ্ৰ বিশ্বজুৰি
তোমাৰ ছবি
তুমি কৃষ্ণ
তুমি হৰি
🙏🙏🙏

©MANNA DEKA
  #কৃষ্ণপ্রেম

#কৃষ্ণপ্রেম #Quotes

95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

Happy teacher's day 🙏🙏🙏

©MANNA DEKA
  #Learning
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

জীৱন হৈছে
এখন নাটক
ভাও শেষ
জীৱন শেষ।।

©MANNA DEKA
  #livealone
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

চকুপানী শুকাই যায়
লুইত বৈ যায়
দুখ বোৰ ৰৈ যায়
সুখ বোৰ পলাই যায়।।

©MANNA DEKA
  #lobeyouforever i
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

এটুকুৰা ৰুটিৰ বাবে
সি কৰে হাহাকাৰ
কোনোবাই খাব নোৱাৰি
ঠাই কৰে অ-পৰিস্কাৰ।।

©MANNA DEKA
  #livealone
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

জীৱনৰ বাটত
অনেক লোক লগ পোৱা যায়
কিছুমান হৃদয়ত ৰৈ যায়
কিছুমান মনৰ নদীত
বৈ যায়।

©MANNA DEKA
  #kitaab
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

শেলুৱৈ ধৰা কলিজাত
তেজ ৰঙা গোলাপ,
কেতেকী ফুলত বিষ
হৃদয়ত মদাৰৰ সন্তাপ ।।।

©MANNA DEKA
  #Aasmaan
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

ৰাখীৰ এনাজৰী
হৃদয়ে হৃদয়ে বৈ
যায়

©MANNA DEKA
  #rakshabandhan
95dfe3d9e4fe5e62e166d7b8b9394319

MANNA DEKA

জীৱনৰ নদী খনি
বৈ যায়
হৃদয়ৰ দুখ বোৰ
ৰৈ যায়

©MANNA DEKA
  #duniya
loader
Home
Explore
Events
Notification
Profile