Nojoto: Largest Storytelling Platform
chandanasharma4859
  • 24Stories
  • 58Followers
  • 202Love
    218Views

Chandana Sharma

  • Popular
  • Latest
  • Video
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

আপোন মানুহবোৰ

ডাঙৰ হোৱাৰ পিছতো যিবোৰ মানুহে তোমাক জোনটো চাবলৈ শিকাই.... সেই মানুহবোৰে আপোন.........!
ৰাতিটো চকুপানী মচি মচি যিবোৰ মানুহে তোমাক আকৌ হাঁহিবলৈ শিকাই... সেই মানুহবোৰে আপোন.........!
বাৰে বাৰে বিফলতা পোৱাৰ পিচতো... ' চিন্তা নকৰিবা, তুমি পাৰিবা' এনেকৈয়ে কোৱা মানুহবোৰে আপোন....!
হাজাৰটা অজুহাত বিচাৰি পোৱাৰ পিছতো তোমাৰ হাত খন কেতিয়াও এৰি নিদিয়া মানুহবোৰে আপোন....!
দিনটো কষ্টৰ পিছত ৰাতি যাৰ কোলাত তুমি মূৰটো থৈ শান্তমনে শুব পাৰিবা.... সেই মানুহবোৰে আপোন.....!
যাৰ লগত তুমি তোমাৰ মনৰ ভাৱ বোৰ সম্পূৰ্ণ ৰূপে খুলি কব পাৰিবা.....নিঃসন্দেহে নিঃস্বাৰ্থ ভাবে সেই মানুহবোৰে আপোন....!
যিবোৰ মানুহে তোমাৰ হাঁহি আৰু কান্দোনৰ মূল্য বুজি পাই....সেই মানুহবোৰে আপোন....!
এই আপোনবোৰক কেতিয়াও হেৰাই নিদিবা.. কিয়নো এই মানুহবোৰে আমাক জীয়াই ৰাখে...আমাৰ যত্ন লৈ...! 
এই আপোন মানুহবোৰ সদায় ভালেই থাকক...সদায় কুশলে থাকক...!

চন্দনা শৰ্মা

©Chandana Sharma #Heart
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

বৰষুণ

পুৱাতে উঠি বহিলোঁ টেবুলত ...
হাতত বহি আৰু কলম লৈ...
কবিতা এটি লিখো বুলি...!
মায়ে আনি দিয়া চাহৰ কাপ টো হাতত লৈ,
এহোপা মাৰোতেই...হঠাৎ অজান দেশৰ পৰা...
নামি আহিল এজাক ধুনীয়া শীতল বৰষুণ..,
আৰু...লগত আনিলে কিছু পুৰণা..
তিতা মিঠা স্মৃতিৰ টোপাল...!
লগতে মোক তিয়াই থৈ গল...
শৈশৱৰ কোলাত..!


-Chandana Sharma

©Chandana Sharma #rainy morning

#RainOnMyHand
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

ज़रा आहिस्ता चल ए ज़िन्दगी
अभी कई फ़र्ज़ निभाने बाकी है
कई कर्ज चुकाने बाकी है
तेरी रफ्तार पकड़ते पकड़ते
कई रिश्ते रूठ गए....
कई रिश्ते चूठ गए....
उन रूठे रिश्तों को अभी मनाना बाकी है
उन टूटे रिश्तों को अभी जुड़ना बाकी है
ज़रा आहिस्ता चल ए ज़िन्दगी
अभी कई फ़र्ज़ निभाना बाकी है
तू चल मै अती हूं...
तुझसे होके जुदा मै कहा जी पाती हूं #eveningtea
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

আজিও ৰৈ আছোঁ পদূলিতে তে
দেউতা লৈ বাট চাই চাই যেন মোৰ....
চকু জুৰি ভাগৰি পৰা নাই
ও মোৰ দেউতা... মোৰ হেৰৌ....।
আহোঁতে নিশ্চয় আনিব মোলৈ চকলেট আৰু কেক....।
আৰু চাবা আহি এ মোৰ কপাল ত এটা চুমা আঁকি দিব....।
আৰু বজাৰ'ৰ পৰা কি কি আনিছা....
গোটেই তালিকা খন মোক শুনাব....।
মইও আজি দেউতাক কবলৈ বহুত কথাই তালিকা বনাই ৰাখিছোঁ....।
কিমান বছৰ যে বাগৰিল... দেউতাৰ মাত টো শুনিব যেন মোৰ মনটো উখল মাখল কৰি ফুৰিছে...।
দেউতাৰ হাতৰ পৰশ মোৰ কপালত পাব যেন মই ব্যাকুল হৈ পৰিছোঁ...।
দেউতা আহিলে... দেউতাক কম....,
দেউতা.. দেউতা চোৱা আমি স্কুল কলেজ চব শেষ কৰিলো... 
মাক চোৱা দেউতা.... তুমি যোৱা পৰা যেন মা ভাগৰি পৰিছে...।
দেউতা চোৱা আকৌ নতুন কৈ ঘৰ বনাইছে...
দেউতা ...আগতে তুমি মই মিলি জে বাৰীত আলু, কবি ৰুইছিলোঁ... 
আৰু সন্দিয়া পানী দিছিলোঁ তাত...।
দেউতা চোৱা... এতিয়া বাৰীত চাৰিওফালে হাবি বন এ আগুৰি ধৰিছে....
সিহঁতেও যেন তুমি উভটি অহা লৈ বাট চাইছে....।
দেউতা... তুমি সোনকালে অহা বজাৰ ৰ পৰা
আমি আকৌ আলু কবি ৰুম... আৰু যে কত কি...।
ওহ.. অন্ধকাৰ হলেই...কিমান দেৰি বাট চাম..
মই পাহৰি গৈছিলোঁ.... দেউতা যে বজাৰ ত নহয়
এখন অজান দেশত গৈছে.... তাৰ পৰা কেতিয়াও উভতি নাহে.....।
বাৰে বাৰে ওপৰলৈ মোৰ দাঙি চাইছোঁ
কিজানি বা সেই অজান দেশ খন দেখা পাও এ..।

তুমি যত আছা.... শান্তিত থাকা....।

- Chandana sharma #eveningtea
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

এদিন মই হীন পৃথিৱী খনে তোমাক
বৰকৈ আমনি কৰিব
মোৰ স্মৃতি বোৰে তোমাক
ৰিঙিয়াই মাতিব
যিদিনা মোৰ হৃদয় খনে শেষ নিশ্বাস লব
সিদিনা মই হীন পৃথিৱী খনত
সকলো শূন্য যেন লাগিব তোমাৰ
হৃদয় নামৰ উপন্যাস খনত 
একো সজাব নোৱাৰিবা তুমি
প্ৰেম নামৰ কবিতাটি লিখিব
শব্দ বিচাৰি নাপাবা তুমি..!
উকা কাগজৰ দৰে ৰংহীন হৈ পৰিব
আমি দেখা সপোনৰ মায়া বোৰ...!
মাজ ৰাতি আমাৰ সপোন বোৰে 
উজাগৰে ৰাখিব তোমাক..!
ও....মই হীন পৃথিৱী খনে
তোমাক সচাকৈ বহুত আমনি কৰিব !

- DeepChand ❤ #alone
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

সময় পালে আহিবা চোন এবাৰ
আহি চাই যাবাহি তোমাক যে মই 
কিমান ভাল পাওঁ...!
মোৰ দুচকুত যে তোমাক লৈ ৰচীছোঁ
কিমান সপোন....,
অনেক ৰঙৰ সপোন...ধুনীয়া সপোন...!
সময় পালে আহিব চোন এবাৰ আহি চাই যাবাহি
মাজ ৰাতি কিমান যে আমনি কৰে ...,
আমাৰ আশা বোৰে মোক...!
জানা...মন যায় আকৌ এবাৰ ভুল কৰিব
লাজে লাজে তোমাৰ ওচৰ চাপিব...
আৰু তোমাৰ দুবহুৰ মাজত সোমাই...
তোমাৰ চকুত চকু ৰাখি বিলীন হৈ যাব..!
চোৱা ফাগুন আহিলে..তুমি কেতিয়া আহিবা
দেৰি নকৰিবা...মই বাট চাম তোমালৈ....
বতৰৰ ফাগুন ৰ লগতে...,
মোৰ জীৱনৰ ফাগুন তুমি হৈ আহিবা...!

-DeepChand❤ #lovebirds
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

সন্ধিয়া ৰৈ আছিলোঁ দুৱাৰ দলিত তোমালৈ বুলি
ডিঙি দাঙি দাঙি চাইছোঁ বাটলৈ
কিজানি বা তুমি আহিছা...!
তুমি ভাল পোৱা ৰঙা চাদৰ খন পিন্ধিছোঁ আৰু কপালত বেলি তোৰ নিচিনা ৰঙা ফোঁট এটি..!
চোৱা মোৰ হাতত জেতুকাৰে ফুল আঁকিছোঁ.. 
তুমি ভাল পোৱা নহয় জানো..?
ও .. মই জানো... তুমি এইবোৰ খুব ভাল পোৱা
চোৱা আকাশ খন ডাৱৰীয়া হৈছে.. তোমাৰ মোৰ মিলনৰ সাক্ষী হব বৰষুণ যাক আহিছে...!
কতা..? তুমি নাহিল যে..?
বৰষুণ যাক মই উভতি যাবলৈ দিলো
কিয়নো তুমি নাহিলে বৰষুণ জাকৰ মাদকতা কত..?
আৰু কাপোৰ জোৰ খুলি থলোঁ
কিয়নো তুমি নাহিলে মোৰ জীৱনত ৰং কত..?

- DeepChand❤ #raindrops
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

Dil Shayari  Ek dil hai..jaha mai hamesa khudko qaid dekhna chahti hoon...❤
Do aankhein hai... jaha mai hamesa apni tasveer dekhna chahti hoon...😍
Ek hoonth hai...jis par mai sirf aur sirf apna naam sunna chahti hoon...😘
Do haath hai..jinpe mai laqeer banna
chahti hoon😇
Do per hai..jinke bharose me zindagi var chalna chahti hoon👣
Ek shaqs hai...jisko mai zingadi var apna kehna chahti hoon👫
Aur..ek naam hai...jiske sath mai apna v naam jodna chahti hoon🥰🙈


- deepchand❤

9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

#propose
9ac0b17f4749a8da78091a5cbf170fe4

Chandana Sharma

মই হঠাৎ যদি মৰি যাওঁ
মোৰ গোটেই শৰীৰটো জ্বলাই দিবা..!
কিন্তু, তাৰ আগতে মোৰ হৃদয় খন ওলাই লবা...
ও... নাই হৃদয় খন জ্বলোৱাত মোৰ আপত্তি নাই.. কিন্তু,
তাত থকা তোমাৰ ছবি খন জলিলে 
মই সহিব নোৱাৰিম...❤
                                 
                                                   - Chandana Sharma #heartout
loader
Home
Explore
Events
Notification
Profile