📚Bipasha Borah📖

📚Bipasha Borah📖

...Born to express.......🤓 not to impress.........😏 MAJULI;ASSAME,INDIA join nojoto in12 july.. went to school of C.S.R.🏘 Read in class 11 arts.. please like and follow me❤❤

  • Popular Stories
  • Latest Stories

"every girls firest love his father."

every girls firest love 
his father.

#7words

27 Love

"#OpenPoetry (বিষন্ন মনৰ আনন্দ) (বিপাশা বৰা) আজি বিষন্নতা মনৰনো কিহৰ আনন্দ, হৰ্ঠাৎ নিৰানন্দবিহীন হ'ব ধৰিছে। বিশ্ব প্ৰেমিকৰ মনত দেখো আজি বিষন্নতা হেৰাই গৈছে। বিশ্ব সংসাৰো দেখোন যশশ্ৰী হৈ পৰিছে, আজি দেখোন যান্ত্ৰিকতাই সকলোকে গিলি পেলাইছে, আজি যেন সেই আনন্দ যান্ত্ৰিকতাৰহে আজি যেন সেই সুখ খন্তেকিয়াহে। ৭"

#OpenPoetry (বিষন্ন মনৰ আনন্দ)
                                  (বিপাশা বৰা)
আজি বিষন্নতা মনৰনো
কিহৰ আনন্দ,
হৰ্ঠাৎ নিৰানন্দবিহীন
হ'ব ধৰিছে।
বিশ্ব প্ৰেমিকৰ মনত দেখো
আজি বিষন্নতা হেৰাই গৈছে।
বিশ্ব সংসাৰো দেখোন 
যশশ্ৰী হৈ পৰিছে,
আজি দেখোন যান্ত্ৰিকতাই 
সকলোকে গিলি পেলাইছে,
আজি যেন সেই আনন্দ যান্ত্ৰিকতাৰহে
আজি যেন সেই সুখ  খন্তেকিয়াহে।

৭

 

24 Love

"Fire of truth নিজক কেতিয়াও ভেলুলেছ বুলি নাভাবিবা,,হ'ব পাৰে সুৰ্য্যৰ ওচৰত চাকিৰ পোহৰ তেনেই নগন্য.. কিন্তু যেতিয়া আন্ধাৰ নামি আহে তেতিয়া সেয়া পোহৰেই যঠেষ্ট.."

Fire of truth নিজক কেতিয়াও ভেলুলেছ বুলি নাভাবিবা,,হ'ব পাৰে সুৰ্য্যৰ ওচৰত চাকিৰ পোহৰ তেনেই নগন্য..
কিন্তু যেতিয়া আন্ধাৰ নামি আহে তেতিয়া সেয়া পোহৰেই যঠেষ্ট..

#Truth

18 Love

"In friendship true friendship is not break, it's always happy."

In friendship true friendship is not break,
it's always happy.

#Friendship

17 Love

"#OpenPoetry (জীৱন বাটত মই বৰ অকলসৰীয়া) অই সোনাৰু তই হালধীয়া যে, ৰঙা ন'হলি কিয়? (বিপাশা বৰা) পলাশৰ সেই ৰঙা ৰংবোৰ, মোৰ বৰ প্ৰিয়..... অ.. পলাশৰ সেয়া ৰঙা ৰং নহয়, সেয়া মোৰ কলিজাৰ ৰঙা তেজ.... অই পলাশ শুনা পাইছনে? কেনেকৈ শুনিবি তই বিষাদৰ গান...... মোৰ... আলসুৱা সপোনৰ দলিচাত নামি আহিছে অন্ধকাৰ চাৰিওফালে অন্ধকাৰ উদ্ধাৰ কৰিব পৰা কোনো নাই, মই বৰ অকলসৰীয়া।"

#OpenPoetry (জীৱন বাটত মই বৰ অকলসৰীয়া)
অই সোনাৰু                                   
তই হালধীয়া যে,              
ৰঙা ন'হলি কিয়?           (বিপাশা বৰা)
পলাশৰ সেই                    
ৰঙা ৰংবোৰ,                   
মোৰ বৰ প্ৰিয়.....           
অ..                                       
পলাশৰ সেয়া           
ৰঙা ৰং নহয়,          
সেয়া মোৰ কলিজাৰ            
ৰঙা তেজ....        
 অই পলাশ শুনা পাইছনে?       
কেনেকৈ শুনিবি তই বিষাদৰ গান......        
মোৰ...                   
আলসুৱা সপোনৰ দলিচাত
নামি আহিছে অন্ধকাৰ
চাৰিওফালে অন্ধকাৰ
উদ্ধাৰ কৰিব পৰা কোনো নাই,
মই বৰ অকলসৰীয়া।

 

15 Love