Nojoto: Largest Storytelling Platform
dhanjitgogoi7802
  • 14Stories
  • 254Followers
  • 193Love
    439Views

dhanjit gogoi

  • Popular
  • Latest
  • Video
b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

where there is love,
there is life.
- Mahatma gandhi

©dhanjit gogoi Gandhiji

Gandhiji

b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

A perfect way to say good night

©dhanjit gogoi

b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

জীপাল ৰোমন্থন

আজি তুমি মোৰ কাষত নাই
যদিও.....
তোমাৰ স্মৃতিবোৰ আজিও আছে
মোৰ হৃদয়ত তেজাল হৈ,,
আজি তুমি মোৰ কাষৰ পৰা গʼলাগৈ
যদিও.....
ভাঙি পৰা নাই
মোৰ এই আকুল হৃদয়,
শেষহৈ যোৱা নাই
তোমাৰ প্ৰতি থকা
মোৰ সেই মিঠা প্ৰেমৰ
উন্মাদময় অস্তিত্ব।
সেয়েহে আজিও মোৰ
এই উন্মনা মনে
বিচৰণ কৰি ফুৰে,
তোমাৰ স্মৃতিৰ,মায়াবিনী
পৃথিৱীৰ বুকুত।
আজিও কেতিয়াবা কিছুমান
নিৰৱ নিস্তব্ধ ক্ষণত
মোৰ হৃদয়ে ঘূৰি ফুৰে,
মাথো
তোমাৰেই অতীতৰ,জীপাল ৰোমন্থনত

©dhanjit gogoi
  #lostinthoughts
b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

জীপাল ৰোমন্থন

আজি তুমি মোৰ কাষত নাই
যদিও.....
তোমাৰ স্মৃতিবোৰ আজিও আছে
মোৰ হৃদয়ত তেজাল হৈ,,
আজি তুমি মোৰ কাষৰ পৰা গʼলাগৈ
যদিও.....
ভাঙি পৰা নাই
মোৰ এই আকুল হৃদয়,
শেষহৈ যোৱা নাই
তোমাৰ প্ৰতি থকা
মোৰ সেই মিঠা প্ৰেমৰ
উন্মাদময় অস্তিত্ব।
সেয়েহে আজিও মোৰ
এই উন্মনা মনে
বিচৰণ কৰি ফুৰে,
তোমাৰ স্মৃতিৰ,মায়াবিনী
পৃথিৱীৰ বুকুত।
আজিও কেতিয়াবা কিছুমান
নিৰৱ নিস্তব্ধ ক্ষণত
মোৰ হৃদয়ে ঘূৰি ফুৰে,
মাথো
তোমাৰেই অতীতৰ,জীপাল ৰোমন্থনত

©dhanjit gogoi #lostinthoughts
b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

অপেক্ষাৰ ঘুমটি

ৰাতি‌ পুৱাবৰে হʼল
এধানি এধানি কৰি
শৰতৰ মায়াবী জোনটি
ক্ৰমাৎ কমি আহিছে়,,
মোৰ শিতানৰ সিপাৰে
আকাশখনি
তৰা এটা এতিয়াও
সাৰে আছে।
টোপনিৰ লাহি বিচনীৰ
বা লাগি,,
তাৰ তিৰবিৰ উজাগৰ
শৰীৰ হেন্দুলি উঠিছে,
শেষ নিশাৰ মলয়া
বতাহছাটিত।
চকুৰ পাহিত নিশাৰ
গভীৰ এন্ধাৰ
কোনো ক্লেদ নাই
নাই কোনো ক্লান্তি
তৰাটো সাৰে আছে
অকলশৰে,
সিও যেন মোৰ দৰে
অপেক্ষাৰত, কাৰোবাৰ বাবে
যুগ-যুগান্তৰ।
তাৰো হৃদয়ত যেন,
ভালপোৱাৰ সহজ প্ৰতিভা।।

©dhanjit gogoi fall in love part 3

#lightindark

fall in love part 3 #lightindark

b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

‌‌জীপাল ৰোমন্থন

‌‌জীপাল ৰোমন্থন

b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

তুমি  
তুমি মোৰ বাবে
এপাহ তগৰ
যাৰ সুবাসে মতলীয়া
কৰে মোৰ প্ৰেমিক মন,
আৰু তোমাৰ মৰম, 
তোমাৰ মৰম
মোৰ বাবে
আশাৰ এজাক পখিলা 
যিয়ে পাখি মেলি সিচিঁ  দিয়ে
মোৰ হৃদয়ত
ৰঙা নীলা সপোনৰ ফাঁকু।।

©dhanjit gogoi

b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

তুমি  
তুমি মোৰ বাবে
এপাহ তগৰ
যাৰ সুবাসে মতলীয়া
কৰে মোৰ প্ৰেমিক মন,
আৰু তোমাৰ মৰম, 
তোমাৰ মৰম
মোৰ বাবে
আশাৰ এজাক পখিলা 
যিয়ে পাখি মেলি সিচিঁ  দিয়ে
মোৰ হৃদয়ত
ৰঙা নীলা সপোনৰ ফাঁকু।।

©dhanjit gogoi

b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

fall in love  part 2

#Dreams

fall in love part 2 #Dreams

b10ecb89821666380a45e0da8deaef22

dhanjit gogoi

It's may sound crazy,but i have never seen a beautiful girl like you,your big beautiful eyes,i think drowing in them, and lost myself..... propose time ......fall in love(kaisa lag raha hain dosto propose ki taiyaari.. achha laga toh khud ki bhi try kar lena .aur ha love coment or also share.DG)

propose time ......fall in love(kaisa lag raha hain dosto propose ki taiyaari.. achha laga toh khud ki bhi try kar lena .aur ha love coment or also share.DG) #Quote

loader
Home
Explore
Events
Notification
Profile