Nojoto: Largest Storytelling Platform
biswajitdas4606
  • 7Stories
  • 23Followers
  • 35Love
    0Views

Biswajit Das

  • Popular
  • Latest
  • Video
b265e170c2889f125635c5060b8bcc34

Biswajit Das

It's dark night,
no sunlight, nothing flash
but always wanted to be hoping that the
darkness of the life isn't arrogant.
every night after a beautiful day,
every day brings a beautiful moment
but hiding alot of pain behind the happiness.
Is it called a life? darkness of my life....

darkness of my life....

b265e170c2889f125635c5060b8bcc34

Biswajit Das

জীৱন
জীৱন দুদিনীয়া , 
জৌৱন ক্ষন্তেকিয়া
কিন্তু নিথৰুৱা নহয়।
সুখ সমৃদ্ধি দূখ-কস্তৰে ভৰপূৰ এই জীৱন।
জন্মৰ পৰা মৃত্যুলৈকে
মাথুন  সংগি হব হাহী-কান্দুন।
কেতিয়াবা অকন হাহীছো আকৌ কেতিয়াবা কান্দিছো
হয়তো সুখত নতুবা দুখত।
মাথো পাৰ কৰিব প্ৰয়াস কৰিছোঁএই নিসংগি জীৱন।

b265e170c2889f125635c5060b8bcc34

Biswajit Das

এইবেলি বিহুত সৰু বৰ আশা আছিল
তোমাৰ লগত হাতে হাতে ধৰি
মণ খুলি
বহু দিন ধৰি
পূহি ৰখা সপোণ বোৰ বাস্তৱিক ৰূপ দিবলৈ।
গাৱৰ সীমণাত থকা নৈৰ পাৰত বহি
সময় বোৰ অতিবাহিত কৰিবলৈ।
কিন্তু এইয়া বিধাতাৰ লিখনি
কোনেও সলনি কৰিব নোৱাৰে
কাৰো সামৰ্থ নাই।
b265e170c2889f125635c5060b8bcc34

Biswajit Das

মূখত হাহি চকুত নিৰন্তৰ সপোন
ভাগৰত অতিষ্ট নোহোৱা এটা নিভাজ হাহি
বোৱাই আনিছে সুখৰ সম্ভাৰ
অন্ধকাৰ ভেদি সূৰ্য ৰ পোহৰ পৃথিৱীত পৰাৰ ক্ষণত
মণত পৰে তোমাৰ সেই হৃদয় স্পন্দন মাতষাৰ হয়তো সদায় পৰিব,


এনে লাগে যেন সকলো দুখ-কস্ঠ থিতাটে আঁতৰি বহু দূৰলৈকে গুছি গ'ল
এনে লাগে যেন অনেক দিন ধৰি কঢ়িয়াই ফুৰা জীৱনৰ এক গধূৰ বোজা হ্ৰাস পাইছে
ভাল লাগে তোমাৰ কথা ভাবিলে, দুচকুত হাহি বিৰিঙে
মিছাকৈ পালি থকা সপোণ বোৰে প্ৰাণ পাই উঠে
নাজানো এই জীৱনত আকৌ লগ পামনে নাই
তথাপিটো বাট চাই ৰম । first love

first love

b265e170c2889f125635c5060b8bcc34

Biswajit Das

কৰ এজাক বৰষুণ
নামি আহিছে মোৰ জীৱনলৈ
এটোপ এটোপকৈ পৰি সকলো সুখ সমৃদ্ধি উতুৱাই লৈ গৈছে লগতে নিছে হাহি কান্দোন।
বৰষুণ জাক আহিলে মোৰ বৰ ভয় লাগে অ,
কিজানি আকৌ অমানিষা কঢ়িয়াই আনে জীৱনলৈ,
মেঘে গুজৰণি মাৰিলে মনত পৰে
আমাৰ সুখৰ সংসাৰ খনলৈ নামি অহা বিষাদলৈ
সেই কৰুণ কাহিনীয়ে আজিও মোক জীয়াই থাকিব দিয়া নাই। rain

rain

b265e170c2889f125635c5060b8bcc34

Biswajit Das

এখন চকী
ককা মোৰ বৰ হেঁপাহ আছিল অ
তোমাৰ কোলাত বহাৰ
তোমাৰ হাতত ধৰি বহু দূৰ খোজ কাঢ়ি
দূৰদুৰণিলৈ যাত্ৰা কৰাৰ,
তুমি কিনি দিয়া মৰ্টন খাবলৈ
পদূলি মূখত থকা সেই মায়াময় দুকানখনলৈ তোমাৰ হাতত ধৰি এবাৰ যাবলৈ মোৰ বৰ মণ আছিল 
হয়তো কেতিয়াও সেই দিন বোৰ মোৰ বাবে উভতি নাহে
মাথোঁ উভতি আহিব মোৰ কল্পনাৰ আৰত থকা তোমাৰ অপূৰ্ব মৰম 
আৰু সাক্ষী হৈ ৰব চোতালত থকা আৰামদায়ক চকীখন
সেই চকী খনলৈ চকু ফুৰালে কিয়বা এনে লাগে
তুমি তাতেই আছা,
হাত বাউলী তুমি মোক মাতিছা,
তোমাৰ শেতা পৰা মূখেৰে মোক যেন কিবা কবা,
আকৌ যেন কোলাত তুলি লৈ শৈশৱৰ স্মৃতি স্মৰণ কৰিবলৈ প্ৰয়াস কৰিবা
সেয়া আশাৰে আজিও বাট চাই আছোঁ ককা‌,
বাট চাই আছে তোমাৰ চকী খনে, Love of my  grandfather

Love of my grandfather

b265e170c2889f125635c5060b8bcc34

Biswajit Das

little bit of happy it's not enough
little smile also it's not enough 
my soul wants to you
 in my dream while l sleep but I know
whatever amount of my love it's not enough for you because l don't know to express my love, can't show my heart,
if i could then believe that a name still in my heart that's your..... my love

my love


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile