Nojoto: Largest Storytelling Platform
dipsikhachetia3107
  • 7Stories
  • 14Followers
  • 93Love
    356Views

Dipsikha Chetia

your future today choice

nojoto.com

  • Popular
  • Latest
  • Video
c4ec785c428c085a98ff4c3b7a856c11

Dipsikha Chetia

dil tuhamare liye darakta hai 
lagta hai
mujea
tumse ishq hoo gaya hai

©Dipsikha Chetia #devdas love#like #ishq  #romance #Like #Pyar #Dil #notojo #notojolove
c4ec785c428c085a98ff4c3b7a856c11

Dipsikha Chetia

c4ec785c428c085a98ff4c3b7a856c11

Dipsikha Chetia

অনুৰাগ তোমাৰ বাবে

এপাহ গোলাপ কিমান দিনলৈ নো মৰহি নোহোৱাকৈ থাকিব, তোমাৰ বাবে ফুল জোপাক কষ্ট দি গোলাপ পাহ চিঙিবলৈ মোৰ মনত বেয়া লগা নাছিল বৰঞ্চ আনন্দ হে লাগিছিল তোমাক দিম বুলি।
বহু কাইটৰ মাজত ৰাণী দৰে থকা সেই গোলাপে চাগে মোক দুখ দিলে সেইবাবে আজিও সেই পাহ মোৰ লগতে থাকিল
সযত্নে থৈ দিছিলো জানা তোমাৰ বাবে কিন্তু ,,,,,
বেছিদিন ৰাখিব নোৱাৰিলোঁ
মৰহিল

©Dipsikha Chetia #Pattiyan Assamese shayeri

#Pattiyan Assamese shayeri

c4ec785c428c085a98ff4c3b7a856c11

Dipsikha Chetia

#Song  #zubeengarg #Assamese #India #girl #shayaari #Love #Nojoto
c4ec785c428c085a98ff4c3b7a856c11

Dipsikha Chetia

bihu Assam

bihu Assam #Society

c4ec785c428c085a98ff4c3b7a856c11

Dipsikha Chetia

Assamese song

Assamese song #Love

c4ec785c428c085a98ff4c3b7a856c11

Dipsikha Chetia

হৃদয়ৰ কোনোবা ঠাইত আজিও আছা জানা তুমি 
তুমি কৈ যোৱা প্ৰতিটো শব্দ ই আজিও খুন্দা মাৰে বুকুত
নোৱাৰা হৈছোঁ জানা তোমাৰ অবিহনে দিন বোৰ জীয়াব
সময় বোৰ স্থিৰে আছে যেন লাগিছে 
তুমি অবিহনে ,
এবাৰ ঘূৰি চোৱা আজিও ৰৈ আছোঁ
 




অনুৰাগ তোমাৰ বাবে

©Dipsikha Chetia #SunSet
Assamese shayeri sad love
অসমীয়া প্ৰেম

#SunSet Assamese shayeri sad love অসমীয়া প্ৰেম


About Nojoto   |   Team Nojoto   |   Contact Us
Creator Monetization   |   Creator Academy   |  Get Famous & Awards   |   Leaderboard
Terms & Conditions  |  Privacy Policy   |  Purchase & Payment Policy   |  Guidelines   |  DMCA Policy   |  Directory   |  Bug Bounty Program
© NJT Network Private Limited

Follow us on social media:

For Best Experience, Download Nojoto

Home
Explore
Events
Notification
Profile